সদস্য বাৰ্তা:Samuzzal

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

স্বাগতম!Samuzzal

ৱিকিপিডিয়ালৈ আদৰিছো। আপোনাৰ অৰিহনাৰ বাবে ধন্যবাদ। আশাকৰো আপুনি আমাৰ সংগ উপভোগ কৰিছে আৰু আমাৰ লগত সদায় সংযুক্ত হৈ থাকিব। একেবাৰে নতুনকৈ অহা সকলৰ বাবে তলত দিয়া পৃষ্ঠা-সংযোগ কেইটা অতি উপযোগী:

মই আশাকৰো সম্পাদনাৰ কামটো আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। অনুগ্রহ কৰি কথা-বতৰা পৃষ্ঠাত নিজৰ স্বাক্ষৰ কৰিবলৈ চাৰিটা টাইল্ড (~~~~) ব্যৱহাৰ কৰক; ই নিজে নিজে আপোনাৰ নাম আৰু তাৰিখ সংলগ্ন কৰি দিব। যিকোনো সহায়ৰ বাবে চাওঁক ৱিকিপিডিয়া: প্রশ্ন ক'ত সুধিম, মোক সুধিবলৈ মোৰ কথা-বতৰা পৃষ্ঠালৈ যাওঁক, বা আপোনাৰ কথা-বতৰা পৃষ্ঠাত {{helpme}} সুমুৱাই দিওঁক আৰু কোনোবা অতি সোনকালেই আপোনাৰ প্রশ্নৰ উত্তৰ দিবলৈ আগবাঢ়ি আহিব। আকৌ এবাৰ, ৱিকিপিডিয়ালৈ আদৰিছোঁ। --Jose77 ০৫:১২, ৩ জুন ২০০৯ (UTC)

Thanks from Bishnupriya Manipuri Wiki[সম্পাদনা কৰক]

Dear Samuzzal, Thanks for your nice comment. Today Bishnupriya Manipuri Wiki will reach 6,500 articles. Even I do not have much help from my community because of lack of Unicode typing or internet problem, but I go on. Maybe you have same problem too, so we can discuss and exchange some idea to help each other. We need some more pages in this wiki. I have some kind of root in Assam, so I think this wiki is also mine. I can read and understand Assamese. Please email me for any kind of help to grow AS wiki. --উত্তম সিংহ ১৭:১২, ২৯ November ২০০৬ (UTC)

For your Admin request[সম্পাদনা কৰক]

I think you should post your request on Here., and request other users to vote you. I will vote you to become an admin for this wiki. After that you should post a request at Requests for permissions, and any on of Stewards will give you an admin/sysop status. Note: you should have Meta Wiki user account, and enough support in this wiki.

Could you please write a stub http://as.wikipedia.org/wiki/Kur%C3%B3w - just a few sentences based on http://en.wikipedia.org/wiki/Kur%C3%B3w ? Only 2-5 sentences enough. Please. Pietras1988 ১৮:৪৫, ৯ December ২০০৬ (UTC)

Adminship Application[সম্পাদনা কৰক]

Congratulations Samuzzal !

You are now an administrator of Assamese Wikipedia

To translate the "Interface System Messages", go Here. --Jose77 ২১:০৮, ৯ December ২০০৬ (UTC)

THANKYOU VERY VERY MUCH Samuzzal for your Excellent-quality translation help and effort!

MAY YOU AND ASSAMESE WIKIPEDIA PROSPER!

(Of Course, in the future if you ever need any articles to be translated into the Chinese and Taiwanese language, then I would gladly help you).

Best Wishes, From --Jose77 ২০:০১, ১৩ December ২০০৬ (UTC)

(PS: Do you know what the correct Assamese name for "The True Jesus Church" should be? Thanks.)

Thanks for your help. The Assamese script looks very nice and neat. --Jose77 ১৯:৩৯, ১৫ December ২০০৬ (UTC)

Hi

I have modified a part of the main page in the assamese version. Please have a look and send your comments/corrections. There is a lot more things which we should write there, and I'll keep adding.

Psneog ১৩:০৫, ২০ January ২০০৭ (UTC)


পুনঃ স্ৱাগত[সম্পাদনা কৰক]

  • চাৰি মাহৰ পাচত ইয়াত লগপাই আনন্দিত হলো| অপুনি অসমিয়া ৱিকিপেদিয়াৰ কাৰণে কৰা কামটো অভিনন্দনীঅ|
  • বাকী থকা system messages খিনিও অপুনি অনুৱাদ কৰিব পাৰে| কিবা সাল-সলনি কৰিবো লগে যদি সেইবোৰ পাছতো কৰিব পৰা যাব|
  • আপোনাৰ আৰু কিবা নতুন চিন্তা থাকিলে মোৰ আলোচনা পৃষ্ঠাত লিখক।

লোগো ট্ৰান্স্লেসন[সম্পাদনা কৰক]

Please visit Wikipedia:Village Pump to express your opinion. Thanks.--Eukesh ০৯:৪১, ২৬ May ২০০৭ (UTC)


ধন্যবাদ[সম্পাদনা কৰক]

আপুনি মন কৰা কথা খিনি বিবেচনিয়। এই ভূল বিলাক ৱিকিপেদিয়াত অমি সকলোবোৰ নতূন কাৰনে হৈছে । সেই বিলাক শুদ্ধ কৰিব পাৰা যাব। ৱিকিপেদিয়াত আপোনাৰ পুণৰ আগমনত আমি নথৈ সুখি হৈছো।

Sangeeta ০৩:৩৮, ১৭ জুন ২০০৭ (UTC)

Hi. I am Vaibhav Jain. I have contact you to inform you that we have open a new Sanskrit Wikipedia Embassy and need users who can help new users in languages other than Sanskrit. It will not take much of your time. Please inform me on my English userpage if you are interested. Vibhijain ১১:৩০, ২৫ এপ্ৰিল ২০১১ (UTC)

প্ৰশাসকৰ নিষ্ক্ৰিয়তা[সম্পাদনা কৰক]

সন্মান সহকাৰে আপোনাক জনোৱা হ'ল যে যোৱা এবছৰতকৈও অধিক সময় আপুনি অসমীয়া ৱিকিপিডিয়াত নিষ্ক্ৰিয় হৈ থকা বাবে আপোনাৰ এই পদৰ পৰা অব্যাহতি দিবলৈ ৰাইজৰ চ'ৰাত প্ৰস্তাৱ উত্থাপন কৰা হৈছে আৰু সদস্যসকলে তাত সঁহাৰি জনাইছে। এই বাৰ্তা পঠিওৱাৰ এমাহৰ পিছত আপোনাক প্ৰশাসকৰ পদৰ পৰা অব্যাহতি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব। আপুনি পুনৰ ৱিকিপিডিয়ালৈ ঘূৰি আহিলে কোনো আলোচনা নকৰাকৈ আপোনাক প্ৰশাসক পদ অৰ্পণ কৰা হ'ব।

ধন্যবাদেৰে — গীতাৰ্থ বৰদলৈ (talk) 15:54, 5 আগষ্ট 2012 (UTC)

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান[সম্পাদনা কৰক]

প্ৰিয় Samuzzal,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]