সদস্য বাৰ্তা:Suranjan Haloi
নমস্কাৰ, Suranjan Haloi
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
-অজয় দাস (বাৰ্তা) 06:04, 4 February 2018 (ইউ.টি.চি.)
শেহতীয়া সম্পাদনা
[সম্পাদনা কৰক]পোনপ্ৰথমে ৱিকিপিডিয়াত বৰঙণি আগবঢ়োৱা বাবে ধন্যবাদ। আপুনি সম্পাদনা কৰা ঢেকীয়াজুলি পৃষ্ঠা খনৰ বিষয়ে সুধিব লগীয়া আছিল। আপুনি ঢেকীয়াজুলি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে অৱস্থিত লিখিছিল। মই জনাত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ নাই। গুগুল মেপত ১৫ নং পোৱাত সেইটো কৰি দিলোঁ। শুভেচ্ছাৰে-অজয় দাস (বাৰ্তা) 06:04, 4 February 2018 (ইউ.টি.চি.)