সদস্য বাৰ্তা:TRIDIP SRMA
বিষয় যোগ কৰক|
|
নমস্কাৰ, TRIDIP SRMA
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
|
ৱিকিপিডিয়া এছিয়ান মাহ, ২০২৪
[সম্পাদনা কৰক]প্ৰিয় ত্ৰিদিপ,
ৱিকিপিডিয়া এছিয়ান মাহ, ২০২৪ প্ৰতিযোগিতাখনিত তোমাক অংশগ্ৰহণকাৰীৰ ৰূপত দেখিলোঁ। প্ৰতিযোগিতা শেষ হবলৈ আৰু মাথোঁ তিনি দিন বাকী। আশাকৰোঁ এটি/দুটি প্ৰৱন্ধ লেখি প্ৰতিযোগিতাখনিলৈ তোমাৰ বৰঙণি আগবঢ়াবা।
