সমললৈ যাওক

সদস্য বাৰ্তা:Tapan Chandra Talukdar

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

নতুন প্ৰবন্ধ সৃষ্টি[সম্পাদনা কৰক]

নমস্কাৰ, Tapan Chandra Talukdar, অসমীয়া ৱিকিপিডিয়াৰ প্ৰতি দেখুওৱা আগ্ৰহৰ বাবে ধন্যবাদ। কিন্তু আপোনাক জনাব বিচাৰোঁ যে, অসমীয়া ৱিকিপিডিয়াত যিকোনো প্ৰবন্ধ কেৱল অসমীয়া ভাষাত লিখা বাধ্যতামূলক। ইংৰাজী ভাষাত প্ৰবন্ধ লিখিবলৈ আপুনি ইংৰাজী ৱিকিপিডিয়াত যোগদান কৰিব পাৰে। অনুগ্ৰহ কৰি আপুনি অলপতে সৃষ্টি কৰা "Dr.Amarjyoti Choudhury" পৃষ্ঠাটো অসমীয়াত অমৰজ্যোতি চৌধুৰী (ৱিকিপিডিয়াৰ নিয়ম অনুসৰি "ডo" আদি লিখা নহয়) নামেৰে সৃষ্টি কৰি পৃষ্ঠাৰ পাঠসমূহো অসমীয়া ভাষালৈ অনুবাদ কৰে যেন। অন্যথা Dr.Amarjyoti Choudhury পৃষ্ঠাটো মোহাৰি দিয়া হ'ব। - দিব্য দত্ত (বাৰ্তা) 13:51, 12 December 2016 (ইউ.টি.চি.)[উত্তৰ দিয়ক]