সমললৈ যাওক

সহায়:অসমীয়াৰ বাবে আই.পি.এ.

অসমীয়া ৱিকিপিডিয়াৰ পৰা

তলৰ তালিকা কেইখনে আন্তঃৰাষ্ট্ৰীয় ধ্বনিমুলক বৰ্ণমালা (আইপিএ)ৰ দ্বাৰা কেনেদৰে অসমীয়া উচ্চাৰণ কৰা হয় তাক দেখুৱাইছে।

কিছু ক্ষেত্ৰত ইংৰাজী সমতুল্য সমূহ ঢিলা, আৰু উচ্চাৰণটোৰ কেৱল এটা সাধাৰণ ধাৰণাৰ বাবেহে উল্লেখ কৰা হৈছে।

ব্যঞ্জনবৰ্ণ
আই.পি.এ.অসমীয়াউদাহৰণআনুমানিক ইংৰাজী সমতুল্য
b about
ভাষণ abhor
β ভ ৱলা, সাধান
d দ ডল, ডাঙৰ code
ধ ঢধুনীয়া, ঢো guardhouse
f ফ্লৰিদা free
ɡ agate
ɡʱ pigheaded
ɦ হ ঃয়, হাঃ head
j য় ঞয়েমেন, ম্যানমাৰ, জ্ঞাত young
k scan
খ ক্ষৰ, ক্ষেত্ৰ can
l leaf
m ৰম much
n ন ণ ঞনাম, ৰ, পঞ্চ not
ŋ ঙ ংনাল, ৰং bring
p খিলা span
pan
ɸ জলফা
ɹ ৰ ড়, গাড়ী real
ɹɦ ঢ়বুঢ়া warhead (American English)
s চ ছ শ ষ সহৰ, ছাগলী, শ্ৰী, বিষ্ণু, স্বাধীন sue
ʃ শ্বশ্বেইখ shop
t ত ট ৎলা, কা, উসৱ stand
থ ঠলুৱা, কা warthog
w ৱাশ্বিংটন wave
x স শ ষহজ, শান্তি, ষাঁড় loch (Scottish English)
z জ য ঝজিকিৰ, যি, ঝংকাৰ zero
স্বৰবৰ্ণ
আই.পি.এ.অসমীয়াউদাহৰণআনুমানিক ইংৰাজী সমতুল্য
a আ, পাম, পাৰ father
e এ’, পে’মে’ hey
ɛ এ, পেখন, আপে bet
য়সদায় sky
i ই/ঈ, পি/পীটা, দ, বিশাল, ছোৱালী free
o অ’, প’ন, ক old
ɔ অ, পসম, ভাৰত lot (RP/Australian)
u উ/ঊ, পু/পূচিৎ, ষা, পুৰুষ, ভূত too
ʊ ও, পোপৰ, মো look
সন্ধ্যবৰ্ণ
ɔi/ɔɪ ঐ, পৈৰাৱত, হৈছে soil
ɔʊ/ɔu ঔ, পৌষধ, মৌ low