সহায় বাৰ্তা:আলোচনা পৃষ্ঠা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

সদস্য পৃষ্ঠাত লিখা লিখনি কেনেকৈ মূল পৃষ্ঠাত নিয়ে?[সম্পাদনা কৰক]

মোৰ সদস্য পৃষ্ঠাত মোৰ এটি লেখনি আছে; কিন্তু মূল পৃষ্ঠাত নিব পৰা নাই৷ কি পদ্ধতিৰে নিয়া হয়? Dilip Kr. Rabha (বাৰ্তা) 02:08, 2 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]