সাঁচ বাৰ্তা:নতুন পৃষ্ঠা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

সাঁচটোৰ নাম অসমীয়ানো কিয় কৰিব লাগে। ইংৰাজীলৈ পুনৰ্নিৰ্দেশ দি থ'লেই হয়। অন্যথা কোনো কোনো ক্ষেত্ৰত কামোৰহে হয়গৈ। অসমীয়া কৰিম বুলি ভাবিলে এতিয়া আপুনি নিয়মমতে সমস্ত সাঁচবোৰৰ নাম অসমীয়া কৰিব লাগিব! — গীতাৰ্থ বৰদলৈ (talk)

সকলোবোৰ সাঁচ কৰিব নালাগে| কিন্তু নতুন ব্যৱহাৰীকাৰীসকলৰ সুবিধাৰ বাবে কিছুমান সাঁচ অসমীয়াত লিখিলে সুবিধা হ’ব| ‘বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:09, 26 মাৰ্চ 2012 (UTC)
সেইকাৰণেই কৈছোঁ, ইংৰাজী নামটোলৈ পুনৰ্নিৰ্দেশ দি থওক। কথা একেটাই হ'ব। — গীতাৰ্থ বৰদলৈ (talk)
চাবলৈকো ভাল লাগে| সেয়ে তেনেদৰে কৰিছো| বিষ্ণু শ‍ইকীয়া বাৰ্তা