সৰল জীৱন সুখী জীৱন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সৰল জীৱন সুখী জীৱন  
লেখক হোমেন বৰগোহাঞি
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় শৰীৰ, মন আৰু স্বাস্থ্যবিষয়ক
প্ৰকাৰ প্ৰবন্ধ সংকলন
প্ৰকাশক ষ্টুডেণ্টচ্ ষ্ট’ৰচ্
প্ৰকাশ নৱেম্বৰ,২০১৭
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১৫২
আই.এচ.বি.এন. 978-81-7665-668-9

সৰল জীৱন সুখী জীৱন (ইংৰাজী: Horol Jibon Hukhi Jibon) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক হোমেন বৰগোহাঞিৰ শৰীৰ, মন আৰু স্বাস্থ্যবিষয়ক এখন প্ৰবন্ধ-সংকলন। ২০১৭ চনৰ নৱেম্বৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশকৰ পৰা প্ৰকাশ হোৱা ১৫২ পৃষ্ঠাৰ এই গ্ৰন্থখনত ২৩টা প্ৰৱন্ধ আছে। চাৰিটা সংস্কৰণৰ মুখ দেখা গ্ৰন্থখনৰ বৰ্তমান মূল্য ১৭৫.০০ টকা। [1]

বিৱৰণ[সম্পাদনা কৰক]

২৩টা প্ৰবন্ধ থকা এই কিতাপখনৰ প্ৰবন্ধসমূহ হ'ল—

  1. সৰল জীৱন, সুখী জীৱন।
  2. স্বাস্থ্যৰ কাৰণে দুখীয়া মানুহৰ আহাৰ।
  3. স্বাস্থ্য সম্পৰ্কে মোৰ চিন্তা আৰু অভিজ্ঞতা।
  4. মনৰ টনিক।
  5. স্বাস্থ্যৱান মানুহ।
  6. আপোনাৰ মনটোৱে আপোনাক সুস্থ কৰিব পাৰে।
  7. স্বাস্থ্যৰ নিচা।
  8. বৃদ্ধসকলে আমাক কি শিকাব পাৰে।
  9. মোৰাৰজী দেশাইৰ লগত পাঞ্জাখেল।
  10. ৰোগ আৰু স্বাস্থ্য।
  11. ভিটামিন কিয় খাব লাগে।
  12. ৰোগৰ মাহাত্ম্য।
  13. মূৰৰ বিষ।
  14. আমিষ নে নিৰামিষ।
  15. সকলো মানুহ এদিন নিৰামিষভোজী হ'ব।
  16. বেঞ্জামিন ফ্ৰেংকলিন আৰু তেওঁৰ বাত-বিষ।
  17. অসমৰ স্বাস্থ্য।
  18. স্বাস্থ্য গঢ়াৰ দহটা নিয়ম।
  19. শৰীৰ, মন আৰু স্বাস্থ্য।
  20. স্বাস্থ্য।
  21. দেহ আৰু মন।
  22. আধুনিক মানুহৰ মানসিক স্বাস্থ্য।
  23. সুদীৰ্ঘ সন্ধান।

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. বৰগোহাঞি, হোমেন (2017). সৰল জীৱন সুখী জীৱন. প্ৰকাশক গুৱাহাটী: ষ্টুডেণ্টচ্ ষ্ট’ৰচ্. ISBN 978-81-7665-668-9.