হাইছিছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হাইছিছ
HySIS

Render of HySIS
নিয়ন্ত্ৰক ভাৰত ইছৰো
COSPAR ID 2018-096A
SATCAT no. 43719Edit this on Wikidata
অভিযানৰ সময় পৰিকল্পিত: ৫ বছৰ[1]
Elapsed: 5 years, 3 months, 26 days
মহাকাশযানৰ বৈশিষ্টসমূহ
বাছ IMS-2
উত্‍ক্ষেপিত ভৰ ৩৮০ কিলোগ্ৰাম (৮৪০ পাউণ্ড)
মাত্ৰা ২.১৫৮ × ১.৩৮৭ × ১.১৫৭ মিটাৰ (Stowed)
অভিযানৰ আৰম্ভণি
উৎক্ষেপণৰ তাৰিখ 04:27:30 UTC
29 November 2018  (2024-03-26UTC18:00:21Z)
ৰকেট পি এছ এল ভি-চি৪৩
উৎক্ষেপণ স্থলী সতীশ ধৱন মহাকাশ কেন্দ্ৰ
কক্ষীয় পৰিমাপসমূহ
প্ৰসংগ  প্ৰণালী Geocentric
Regime SSO
Inclination ৯৭.৯৫°
পৰ্যায়কাল ৯৭ মিনিট ২৬ ছেকেণ্ড
Repeat interval ১৩৩ orbits
 

হাইছিছ (HySIS) হৈছে ভাৰতীয় হাইপাৰ স্পেকট্ৰেল ইমেজিং উপগ্ৰহ[2]। ইয়াক ইছৰোৱে ২৯ নৱেম্বৰ ২০১৮ চনত মহাকাশলৈ উৎক্ষেপণ কৰে। ইয়াক ইছৰোৱে নিৰ্মাণ কৰি উলিয়াই[2]

উৎক্ষেপণ[সম্পাদনা কৰক]

পি এছ এল ভি-চি৪৩ৰ দ্বাৰা হাইছিছ উৎক্ষেপণ কৰা হয়। ৪:২৭:৩০ ইউ টি চি সময় অনুসৰি। ১৭ মিনিট ১৯ ছেকেণ্ড উৰণৰ পাছত হাইছিছক সফলতাৰে কক্ষপথত স্থাপন কৰা হয়।[3][4][5]

ক্ষমতা[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "PSLV-C43/HysIS Mission Brochure". Indian Space Research Organisation. Archived from the original on 2018-12-02. https://web.archive.org/web/20181202155137/https://www.isro.gov.in/pslv-c43-hysis-mission/pslv-c43-hysis-mission-brochure। আহৰণ কৰা হৈছে: 2018-11-27. 
  2. 2.0 2.1 "আৰ্কাইভ কপি". Archived from the original on 2019-03-23. https://web.archive.org/web/20190323162816/https://www.isro.gov.in/Spacecraft/hysis। আহৰণ কৰা হৈছে: 2019-06-27. 
  3. "PSLV-C43 successfully launches HysIS and 30 customer satellites - ISRO" (en ভাষাত). www.isro.gov.in. Archived from the original on 2018-11-30. https://web.archive.org/web/20181130030359/https://www.isro.gov.in/update/29-nov-2018/pslv-c43-successfully-launches-hysis-and-30-customer-satellites। আহৰণ কৰা হৈছে: 2018-11-29. 
  4. "Isro lines up 3 rocket launches in two months – Times of India". The Times of India. https://timesofindia.indiatimes.com/city/kochi/isro-lines-up-3-rocket-launches-in-two-months/articleshow/66538316.cms. 
  5. "29న పీఎస్‌ఎల్‌వీ-సీ 43 రాకెట్ ప్రయోగం | Andhrabhoomi – Telugu News Paper Portal | Daily Newspaper in Telugu | Telugu News Headlines | Andhrabhoomi" (en ভাষাত). ftp.andhrabhoomi.net. http://ftp.andhrabhoomi.net/content/nlr-2145। আহৰণ কৰা হৈছে: 18 November 2018.