হাইছিছ
অৱয়ব
Render of HySIS | |
নিয়ন্ত্ৰক | ইছৰো |
---|---|
COSPAR ID | 2018-096A |
SATCAT no. | 43719 |
অভিযানৰ সময় | পৰিকল্পিত: ৫ বছৰ[1] Elapsed: 5 years, 11 months, 16 days |
মহাকাশযানৰ বৈশিষ্টসমূহ | |
বাছ | IMS-2 |
উত্ক্ষেপিত ভৰ | ৩৮০ কিলোগ্ৰাম (৮৪০ পাউণ্ড) |
মাত্ৰা | ২.১৫৮ × ১.৩৮৭ × ১.১৫৭ মিটাৰ (Stowed) |
অভিযানৰ আৰম্ভণি | |
উৎক্ষেপণৰ তাৰিখ | 04:27:30 UTC 29 November 2018 |
ৰকেট | পি এছ এল ভি-চি৪৩ |
উৎক্ষেপণ স্থলী | সতীশ ধৱন মহাকাশ কেন্দ্ৰ |
কক্ষীয় পৰিমাপসমূহ | |
প্ৰসংগ প্ৰণালী | Geocentric |
Regime | SSO |
Inclination | ৯৭.৯৫° |
পৰ্যায়কাল | ৯৭ মিনিট ২৬ ছেকেণ্ড |
Repeat interval | ১৩৩ orbits |
হাইছিছ (HySIS) হৈছে ভাৰতীয় হাইপাৰ স্পেকট্ৰেল ইমেজিং উপগ্ৰহ[2]। ইয়াক ইছৰোৱে ২৯ নৱেম্বৰ ২০১৮ চনত মহাকাশলৈ উৎক্ষেপণ কৰে। ইয়াক ইছৰোৱে নিৰ্মাণ কৰি উলিয়াই[2]।
উৎক্ষেপণ
[সম্পাদনা কৰক]পি এছ এল ভি-চি৪৩ৰ দ্বাৰা হাইছিছ উৎক্ষেপণ কৰা হয়। ৪:২৭:৩০ ইউ টি চি সময় অনুসৰি। ১৭ মিনিট ১৯ ছেকেণ্ড উৰণৰ পাছত হাইছিছক সফলতাৰে কক্ষপথত স্থাপন কৰা হয়।[3][4][5]
ক্ষমতা
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "PSLV-C43/HysIS Mission Brochure". Indian Space Research Organisation. Archived from the original on 2018-12-02. https://web.archive.org/web/20181202155137/https://www.isro.gov.in/pslv-c43-hysis-mission/pslv-c43-hysis-mission-brochure। আহৰণ কৰা হৈছে: 2018-11-27.
- ↑ 2.0 2.1 "আৰ্কাইভ কপি". Archived from the original on 2019-03-23. https://web.archive.org/web/20190323162816/https://www.isro.gov.in/Spacecraft/hysis। আহৰণ কৰা হৈছে: 2019-06-27.
- ↑ "PSLV-C43 successfully launches HysIS and 30 customer satellites - ISRO" (en ভাষাত). www.isro.gov.in. Archived from the original on 2018-11-30. https://web.archive.org/web/20181130030359/https://www.isro.gov.in/update/29-nov-2018/pslv-c43-successfully-launches-hysis-and-30-customer-satellites। আহৰণ কৰা হৈছে: 2018-11-29.
- ↑ "Isro lines up 3 rocket launches in two months – Times of India". The Times of India. https://timesofindia.indiatimes.com/city/kochi/isro-lines-up-3-rocket-launches-in-two-months/articleshow/66538316.cms.
- ↑ "29న పీఎస్ఎల్వీ-సీ 43 రాకెట్ ప్రయోగం | Andhrabhoomi – Telugu News Paper Portal | Daily Newspaper in Telugu | Telugu News Headlines | Andhrabhoomi" (en ভাষাত). ftp.andhrabhoomi.net. http://ftp.andhrabhoomi.net/content/nlr-2145। আহৰণ কৰা হৈছে: 18 November 2018.[সংযোগবিহীন উৎস]