সমললৈ যাওক

ৱাৰ্নাৰ হাইজেনবাৰ্গ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(হাইজেনবাৰ্গৰ পৰা পুনঃনিৰ্দেশিত)


ৱাৰ্নাৰ হাইজেনবাৰ্গ

১৯৩৩ চনত লেইপজিগ বিশ্ববিদ্যালয়ৰ (Leipzig University) অধ্যাপকৰূপে হাইজেনবাৰ্গ
জন্ম ৱাৰ্নাৰ কাৰ্ল হাইজেনবাৰ্গ
৫ ডিচেম্বৰ, ১৯০১
বাভাৰিয়া জাৰ্মানী
মৃত্যু ১ ফেব্ৰুৱাৰী, ১৯৭৬ (৭৪ বছৰ)
মিউনিখ (Munich), বাভাৰিয়া, পশ্চিম জাৰ্মানী
জাতীয়তা জাৰ্মান সাম্ৰাজ্য  Germany
ক্ষেত্ৰ ত্বাত্তিক পদাৰ্থ বিজ্ঞান (Theoretical Physics)
কৰ্মস্থান গ্যাটিঙেন বিশ্ববিদ্যালয়
কোপেনহাগন বিশ্ববিদ্যালয়
লেইপজিগ বিশ্ববিদ্যালয়
বাৰ্লিণ বিশ্ববিদ্যালয়
মিউনিখ বিশ্ববিদ্যালয়
শিক্ষানুষ্ঠান মিউনিখ বিশ্ববিদ্যালয়
ডক্তৰেল পৰামৰ্শদাতা আৰ্নল্ড চমাৰফেল্ড (Arnold Sommerfeld)
আন শৈক্ষিক পৰামৰ্শদাতা নেইলচ্ ব'ৰ
মেক্স বৰ্ণ
উল্লেখযোগ্য বিদ্যাৰ্থী উইলিয়াম ৱাৰ্মিলন হাউছটন (William Vermillion Houston)
গাইডো বেক (Guido Beck)
উগো ফানো (Ugo Fano)
জনা যায় অনিশ্চয়তাৰ সূত্ৰ (Uncertainty Principle)
কোৱাণ্টাম বলবিজ্ঞান (Quantum fluctuation)
প্ৰভাৱান্বিত কৰিছে Robert Döpel
Carl Friedrich von Weizsäcker
উল্লেখনীয় বঁটা পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা (১৯৩২)
মেক্স প্লাংক মেডেল (১৯৩৩)
দাম্পত্যসঙ্গী এলিজাবেথ শ্বুমেছাৰ (১৯৩৭-৭৬)
স্বাক্ষৰ

ৱাৰ্নাৰ কাৰ্ল হাইজেনবাৰ্গ (ইংৰাজী: Werner Karl Heisenberg; ৫ ডিচেম্বৰ, ১৯০১- ১ ফেব্ৰুৱাৰী, ১৯৭৬) হৈছে ন'বেল বঁটা প্ৰাপ্ত এজন জাৰ্মান ত্বাত্তিক পদাৰ্থবিজ্ঞানী আৰু বিজ্ঞানৰ কোৱাণ্টাম বলবিজ্ঞান (quantum mechanics) ভাগটোৰ এজন গুৰুত্বপূৰ্ণ অৱদনকাৰী তথা সৃষ্টকৰ্তা। তেওঁ ১৯২৫ চনত গৱেষণা পত্ৰ প্ৰকাশ কৰিছিল আৰু মেক্স বৰ্ন (Max Born) আৰু পাস্কুয়াল জৰ্ডানৰ (Pascual Jordan) সৈতে কোৱাণ্টাম বলবিজ্ঞানৰ মেট্ৰিস্ক ভিত্তি ব্যাখ্যা কৰিছিল। ১৯২৭ চনত হাইজেনবাৰ্গে তেওঁৰ বিখ্যাত অনিশ্চয়তাৰ সূত্ৰ (Uncertainty Principle) প্ৰকাশ কৰে। ১৯৩২ চনত কোৱাণ্টাম বলবিজ্ঞানৰ উদ্ভাৱনৰ বাবে তেওঁক পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰা হয়।