হাউ আই মে'ট ইয়'ৰ মাদাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হাউ আই মে'ট ইয়'ৰ মাদাৰ
HowIMetYourMother.svg
শৈলী চিটুৱেচন কমেডি
বিন্যাস ভূত কালত বৰ্ণাত্মক
নিৰ্মাতা কাৰ্টাৰ বেইছ্
ক্ৰেইগ থমাছ
অভিনয়ত জ'স ৰেডনৰ
জেসন ছেগাল
ক'বি স্মল্ডাৰ্ছ
এলিছন হেনিগান
নিল পেট্ৰিক হেৰিছ
সূত্ৰধাৰ বব ছাগাত (অস্বীকৃত)
শীৰ্ষ সংগীত দা ছলিডৰ "হেই বিউটিফুল"
দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ
ভাষা ইংৰাজী
চিজনৰ সংখ্যা
খণ্ডৰ সংখ্যা ১৪৯
প্ৰযোজনা
কাৰ্যবাহী প্ৰযোজক কাৰ্টাৰ বেইছ্
পামেলা ফ্ৰাইমেন
ৰব গ্ৰীণবাৰ্গ]
ক্ৰেইগ থমাছ
কেমেৰাৰ ছেটআপ মাল্টি কেমেৰা
দৈৰ্ঘ্য ২২ মিনিট
ষ্টুডিঅ’ বেইছ্ এণ্ড থমাছ প্ৰডাকচনচ্
টুৱেণ্টিঠ চেঞ্চুৰি ফক্স
সম্প্ৰচাৰ
মূল ছেনেল চিবিএছ
দৃশ্যৰ ফৰমেট 480i (4:3 SDTV)
1080i (16:9 HDTV)
প্ৰদৰ্শনৰ সময় ১৯ চেপ্টেম্বৰ, ২০০৫ – বৰ্তমানলৈ

হাউ আই মে'ট ইয়'ৰ মাদাৰ (ইংৰাজী: How I Met Your Mother; অসমীয়া: মই তোমালোকৰ মাক কেনেকৈ লগ পালোঁ) হৈছে এখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইংৰাজী ভাষাৰ চিটুৱেচন কমেডি ধাৰাবাহিক। ই পোন প্ৰথমৰ বাবে প্ৰচাৰিত হৈছিল ২০০৫ চনৰ ১৯ চেপ্টেম্বৰত চিবিএছ ছেনেলত। নটা শৃংখলাৰ (ছিজন) ধাৰাবাহিকখন ২০১৪ চনৰ ৩১ মাৰ্চত সমাপ্ত হয়।

ভাৰতত ইয়াক ষ্টাৰ ৱৰ্ল্ড ছেনেলযোগে প্ৰদৰ্শন কৰা হয়।

প্লট[সম্পাদনা কৰক]

ধাৰাবাহিকখনৰ কাহিনী হৈছে নিউ য়ৰ্ক মহানগৰৰ এজন স্থাপতিবিদ টেড ম'জবি (জ'ছ ৰেডনৰ)-ৰ সঁচা প্ৰেমৰ, তেওঁৰ পত্নীক লগ পোৱাৰ বিষয়ে, যি তেওঁ ২০৩০ চনত নিজৰ পুত্ৰ আৰু কন্যাৰ আগত বৰ্ণনা কৰি থাকে। ফ্লেছবেকৰ দ্বাৰা প্ৰদৰ্শন কৰা কাহিনীৰ আৰম্ভ হয় ২০০৫ বৰ্ষৰ পৰা। উল্লিখিত লক্ষ্য আগতলৈ টেড আৰু তেওঁৰ বন্ধু মাৰ্চেল এৰিকছন (জেচন ছেগাল), ৰবিন চাৰ্বাচ্ছ্‌স্কি (ক'বি স্মল্ডাৰ্ছ), লিলি অলড্ৰিন (এলিছন হেনিগান) আৰু বাৰ্নি ষ্টিন্‌ছন (নিল পেট্ৰিক হেৰিছ)-ৰ জীৱনত ঘটা আনুসাংগিক ঘটনাই হৈছে ধাৰাবাহিকখনৰ উপজীব্য।

মূল চৰিত্ৰসমূহ[সম্পাদনা কৰক]

চিত্ৰ:Ted টেড॰jpg Marshell.jpg Robinৰবিন.jpg Lilyলিলি.jpg Barne বাৰ্ণিy.jpg
টেড ম'জবি মাৰ্চেল এৰিকছন ৰবিন চাৰ্বাচ্ছ্‌স্কি লিলি অলড্ৰিন বাৰ্নি ষ্টিনছন
জ'ছ ৰেডনৰ জেচন ছেগাল ক'বি স্মল্ডাৰ্ছ এলিছন হেনিগান নিল পেট্ৰিক হেৰিছ

শৃংখলাসমূহৰ তালিকা[সম্পাদনা কৰক]

শৃংখলা নং সময় (ইষ্টাৰ্ণ টাইম) শৃংখলাৰ আৰম্ভণি শৃংখলাৰ সমাপ্তি টিভি বৰ্ষ স্থান দৰ্শক (নিযুতত)
সোমবাৰ নিশা ৮:৩০ বজা (১৯ চেপ্টেম্বৰ, ২০০৫ – ১৫ মে, ২০০৬) ১৯ চেপ্টেম্বৰ, ২০০৫ ১৫ মে, ২০০৬ ২০০৫-২০০৬ #৪৩[1] ৯.৪৭[1]
সোমবাৰ নিশা ৮:৩০ বজা (১৮ চেপ্টেম্বৰ, ২০০৬ – ২ অক্টোবৰ, ২০০৬)
সোমবাৰ নিশা ৮:০০ বজা (৯ অক্টোবৰ, ২০০৬ – ১৪ মে, ২০০৭)
১৮ চেপ্টেম্বৰ, ২০০৬ ১৪ মে, ২০০৭ ২০০৬-২০০৭ #৬১[2] ৮.৫০[2]
সোমবাৰ নিশা ৮:০০ বজা (২৪ চেপ্টেম্বৰ, ২০০৭ – ১০ মাৰ্চ, ২০০৮)
সোমবাৰ নিশা ৮:৩০ বজা (১৭ মাৰ্চ, ২০০৮ – ১৯ মে, ২০০৮)
২৪ চেপ্টেম্বৰ, ২০০৭ ১৯ মে, ২০০৮ ২০০৭-২০০৮ #৭০[3] ৮.২১[3]
সোমবাৰ নিশা ৮:৩০ বজা (২২ চেপ্টেম্বৰ, ২০০৮ – ১৮ মে, ২০০৯) ২২ চেপ্টেম্বৰ, ২০০৮ ১৮ মে, ২০০৯ ২০০৮-২০০৯ #৪৯[4] ৯.৪২[4]
সোমবাৰ নিশা ৮:০০ বজা (২১ চেপ্টেম্বৰ, ২০০৯ – ২৪ মে, ২০১০) ২১ চেপ্টেম্বৰ, ২০০৯ ২৪ মে, ২০১০ ২০০৯-২০১০ #৪২[5] ৮.৬০[5]
সোমবাৰ নিশা ৮:০০ বজা (২০ চেপ্টেম্বৰ, ২০১০ – মে ২০১১) ২০ চেপ্টেম্বৰ, ২০১০ ১৬ মে, ২০১১ ২০১০-২০১১ #৪৮[6] ৮.৭৯[6]
সোমবাৰ নিশা ৮:০০ বজা (১৯ চেপ্টেম্বৰ, ২০১১ – মে', ২০১২) ১৯ চেপ্টেম্বৰ, ২০১১ ১৪ মে', ২০১২ ২০১১-২০১২ ৪৫[7] ৯.৬৭[7]
সোমবাৰ নিশা ৮:০০ বজা (২৪ ছেপ্টেম্বৰ ২০১২ – ১৩ মে' ২০১৩) ২৪ ছেপ্টেম্বৰ, ২০১২ ১৩ মে', ২০১৩ ২০১২-২-১৩ ৪২ ৯.০২[8]
সোমবাৰ নিশা ৮:০০ বজা (২৩ ছেপ্টেম্বৰ, ২০১৩ – ৩১ মাৰ্চ, ২০১৪) ২৩ ছেপ্টেম্বৰ, ২০১৩ ৩১ মাৰ্চ, ২০১৪ ২০১৩-২০১৪ ২৮[9] ১০.৫১[9]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

বাহিৰা সংযোগ[সম্পাদনা কৰক]