১৯৬৭ চনৰ কৈনানগৰ ভূমিকম্প

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১৯৬৭ চনৰ কৈনানগৰ ভূমিকম্প
১৯৬৭ চনৰ কৈনানগৰ ভূমিকম্প is located in India
{{{alt}}}
তাৰিখ ১১:১২:১৯৬৭
প্ৰাৱল্য ৬.৬ Mw[1]
গভীৰতা ১৫কিমি[1]
অভিকেন্দ্ৰ 17°25′N 73°52′E / 17.41°N 73.86°E / 17.41; 73.86স্থানাংক: 17°25′N 73°52′E / 17.41°N 73.86°E / 17.41; 73.86[1]
দেশ বা অঞ্চল(সমূহ) ভাৰত
সৰ্বাধিক তীব্ৰতা VIII (Severe)[2]
হতাহত ১৭৭–১৮০জনৰ মৃত্যু[3]
২২৭২ জন আঘাতপ্ৰাপ্ত[3]

১৯৬৭ চনৰ কৈনানগৰ ভূমিকম্পটো মহাৰাষ্ট্ৰৰ কৈনানগৰ চহৰৰ সমীপত সংঘটিত হৈছিল ১১ ডিচেম্বৰত। ভূমিকম্পটোৰ মান আছিল ৬.৬ আৰু প্ৰাৱল্য আছিল মাৰ্ক'লী প্ৰাৱল্য মাপনীত VIII (Severe).ভূমিকম্পটো কৈনা নদীবান্ধৰ সমীপত সংঘটিত হৈছিল আৰু ইয়াৰ কাৰণ বহুতে নদীবান্ধটো বুলিয়েই ক'ব খোজে। ইয়াৰ ফলত প্ৰায় ১৭৭ জনৰ মৃত্যু হয় আৰু প্ৰায় ২২৭২জন আঘাতপ্ৰাপ্ত হয়। .

ক্ষয়ক্ষতি[সম্পাদনা কৰক]

ভূমিকম্পটোৰ ফলত কৈনানগৰৰ ৮০% তকৈও বেছি ঘৰ ধ্বংস হয়[4] কিন্তু ইয়াৰ ফলত কৈনা নদীবান্ধৰ বিশেষ ডাঙৰ ক্ষতি নহ'ল। ১৯৬৭ চনৰ পৰাই অঞ্চলটোত আৰু বহুতো সৰু ভূমিকম্প হৈ আহিছে। কিছুমানৰ মতে এই আটাইবোৰ ভূমিকম্পৰ কাৰণ হ'ল কৈনা নদীবান্ধটো[4]

তথ্যসূত্ৰ[সম্পাদনা কৰক]