১৯৯৩ চনৰ লাটুৰ ভূমিকম্প
অৱয়ব
তাৰিখ | ৩০। ০৯। ১৯৯৩ |
---|---|
প্ৰাৱল্য | ৬.২ Mw[1] |
গভীৰতা | ১০ কিমি[1] |
অভিকেন্দ্ৰ | 18°04′N 76°37′E / 18.07°N 76.62°Eস্থানাংক: 18°04′N 76°37′E / 18.07°N 76.62°E[1] |
প্ৰকাৰ | Reverse[2] |
দেশ বা অঞ্চল(সমূহ) | ভাৰত |
সৰ্বাধিক তীব্ৰতা | VIII (Severe)[3] |
হতাহত | ৯৭৪৮ জন মৃত[2] ৩০০০০জন আঘাতপ্ৰাপ্ত[2] |
১৯৯৩ চনৰ লাটুৰ ভূমিকম্প ৩০ ছেপ্টেম্বৰ তাৰিখে স্থানীয় সময় অনুসৰি পুৱা ৩:৫৬ বজাত হৈছিল। ভূমিকম্পটোৱে মূলতে পশ্চিম ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ লাটুৰ আৰু ওচমানবাদ জিলাৰ ক্ষতি সাধন কৰিছিল।[4] ৫২খন গাঁও ধ্বংস হৈছিল এই অন্তৰ্ফলকীয় ভূমিকম্পটোত। ভ্ৰামক মান মাপনী বা ম'মেণ্ট মেগ্ননিছিউত স্কেলত ইয়াৰ মান আছিল ৬.২ আৰু প্ৰায় ১০০০০ জন মানুহৰ মৃত্যু হৈছিলে; ৩০০০০ জন আঘাতপ্ৰাপ্ত হৈছিলে। ভূমিকম্পটো এটা অগভীৰ ভূমিকম্প আছিলে যাৰ কেন্দ্ৰটো ভূ-পৃষ্ঠৰ ১০কিমি তলত আছিলে ফল স্বৰূপে বিস্তৰ ক্ষতি সাধন হৈছিলে।
References
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 ISC (2016), ISC-GEM Global Instrumental Earthquake Catalogue (1900–2012), Version 3.0, International Seismological Centre, http://www.isc.ac.uk/iscgem/index.php
- ↑ 2.0 2.1 2.2 USGS (4 September 2009), PAGER-CAT Earthquake Catalog, Version 2008_06.1, United States Geological Survey, https://earthquake.usgs.gov/static/lfs/data/pager/catalogs/
- ↑ National Geophysical Data Center / World Data Service (NGDC/WDS) (1972), Significant Earthquake Database, National Geophysical Data Center, NOAA, doi:10.7289/V5TD9V7K, https://www.ngdc.noaa.gov/nndc/struts/form?t=101650&s=1&d=1
- ↑ "Earth Quake".