অসমীয়া ৱিকিপিডিয়াৰ পৰা
(৯ (সংখ্যা)ৰ পৰা পুনঃনিৰ্দেশিত)
←৮ ১০→
অংকবাচক nine
পূৰণবাচক নৱম
(ninth)
Factorization 32
Greek numeral Θ´
Roman numeral IX
বাইনেৰি 10012
Ternary 1003
Quaternary 214
Quinary 145
Senary 136
Octal 118
Duodecimal 912
Hexadecimal 916
Vigesimal 920
Base 36 936


() ৮ৰ পিছৰ আৰু ১০ৰ আগৰ স্বাভাৱিক সংখ্যা

বৰ্ণমালা আৰু সংকেত[সম্পাদনা কৰক]

  • নাট' ফ'নেটিক এল্ফাবেটত ৯ক 'নাইনাৰ' বোলা হয়
  • পঞ্চ-সাংখ্যিক প্ৰড্যুচ পিএলয়ু ক'ডছ যি ৯ৰে আৰম্ভ হ'য়, অৰ্গেণিক হয়

আন্তৰ্জালত[সম্পাদনা কৰক]

  • দ্য নাইন অন য়াহু! এক দৈনিক চলচ্চিত্ৰ সংগ্ৰহ প্ৰদৰ্শনী, মাৰিয়া চেনচনেৰ দ্বাৰা চালিত। এই প্ৰদৰ্শনীত দিনটোৰ ৯ শ্ৰেষ্ট ৱেব বিচাৰ দেখুৱা হয়

গণিতত[সম্পাদনা কৰক]

গণিতত, ৯ এক যৌগিক সংখ্যা। ৯ৰ বিভাজক হ'ল ১, ৩ আৰু ৯। ৯ এক মটজকিন সংখ্যা।[1] ই প্ৰথম যৌগিক লাকি সংখ্যা আৰু প্ৰথম যৌগিক সংখ্যা যি ২ৰ গুণক নহয়। ই একমাত্ৰ নিৰ্ভুল ঘাট যি আন এক নিৰ্ভুল ঘাটতকৈ একৰ ব্যৱধানত। এই তথ্য মিহাইলেস্কুৰ থিয়ৰেমত পোৱা যায়

কিছু গণনা[সম্পাদনা কৰক]

Multiplication 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 50 100 1000
9 × x 9 18 27 36 45 54 63 72 81 90 99 108 117 126 135 144 153 162 171 180 189 198 207 216 225 450 900 9000
Division 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15
9 ÷ x 9 4.5 3 2.25 1.8 1.5 1.285714 1.125 1 0.9 0.81 0.75 0.692307 0.6428571 0.6
'x ÷ 9 0.1 0.2 0.3 0.4 0.5 0.6 0.7 0.8 1 1.1 1.2 1.3 1.4 1.5 1.6
Exponentiation 1 2 3 4 5 6 7 8 9 10 11 12 13
9x 9 81 729 6561 59049 531441 4782969 43046721 387420489 3486784401 31381059609 282429536481 2541865828329
x9 1 512 19683 262144 1953125 10077696 40353607 134217728 387420489 1000000000 2357947691 5159780352 10604499373
Radix 1 5 10 15 20 25 30 40 50 60 70 80 90 100
110 120 130 140 150 200 250 500 1000 10000 100000 1000000
x9 1 5 119 169 229 279 339 449 559 669 779 889 1109 1219
1329 1439 1549 1659 1769 2429 3079 6159 13319 146419 1621519 17836619

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Sloane's A001006 : Motzkin numbers". OEIS FoundationThe On-Line Encyclopedia of Integer Sequences. https://oeis.org/A001006। আহৰণ কৰা হৈছে: 2016-06-01.