প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন

অসমীয়া ৱিকিপিডিয়াৰ পৰা


প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন
रक्षा अनुसंधान एवं विकास संगठन
সংস্থাৰ ৰূপৰেখা
গঠন 1958
মুখ্য কাৰ্যালয় ডি.আৰ.ডি.ও. ভৱন, নতুন দিল্লী
কৰ্মচাৰী 30,000 (প্ৰায় 5,000 বিজ্ঞানী)
বাৰ্ষিক বাজেট ₹14,818.74 কৌটি
দায়বদ্ধ মন্ত্ৰী নিৰ্মলা সীতাৰমণ, প্ৰতিৰক্ষা মন্ত্ৰণালয়, ভাৰত চৰকাৰ
সংস্থাৰ কাৰ্যবাহী ডঃ এছ. ক্ৰীষ্টোফাৰ[1], Secretary, Department of Defence R&D & Director General DRDO
ৱেবছাইট www.drdo.org
DRDO Bhawan, New Delhi, The Headquarters of DRDO

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন (ইংৰাজী: Defence Research and Development Organisation চমুকৈ DRDO, হিন্দী: रक्षा अनुसंधान एवं विकास संघठन) হ'ল ভাৰতৰ ৰক্ষা সম্বন্ধীয় গৱেষণাৰ কাৰ্যকলাপৰ লগত জড়িত এটি সংস্থা। নতুন দিল্লীত এই সংস্থাৰ কাৰ্যালয় অৱস্থিত। ১৯৫৮ চনত প্ৰযুক্তি উন্নয়ন প্ৰতিষ্ঠান (Technical Development Establishment), প্ৰযুক্তি উন্নয়ন তথা উৎপাদন সঞ্চালকালয় (Directorate of Technical Development and Production) আৰু প্ৰতিৰক্ষা বিজ্ঞান সংগঠন (Defence Science Organisation)ৰ সংযুক্তিৰ মাধ্যমত এই সংস্থা প্ৰতিষ্ঠিত হয়।

ইতিহাস[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Secretary of DRDO". drdo.gov.in. http://www.drdo.gov.in/drdo/English/index.jsp?pg=secretary-drdo.jsp। আহৰণ কৰা হৈছে: 22 July 2016. 

বহিঃসংযোগ[সম্পাদনা কৰক]

ভিডিঅ'[সম্পাদনা কৰক]