ৰাজাবালা বিধানসভা সমষ্টি
অৱয়ব
(ৰাজাবালা (বিধান সভা)ৰ পৰা পুনঃনিৰ্দেশিত)
| সমষ্টি নং- ৪৭ মেঘালয় বিধানসভা সমষ্টি | |
| ৰাষ্ট্ৰ | ভাৰত |
| ৰাজ্য | মেঘালয় |
| জিলা | পশ্চিম গাৰো পাহাৰ |
| লোকসভা সমষ্টি | তুৰা |
| প্ৰতিস্থা | ১৯৭৮ |
| মুঠ ভোটাৰ | ৩৫,৮৮২ |
| সংৰক্ষণ | নাই |
ড° মিজানুৰ ৰহমান কাজী | |
| দল | তৃণমূল কংগ্ৰেছ |
| নিৰ্বাচিত বছৰ | ২০২৩ |
ৰাজাবালা বিধান সভা সমষ্টি ভাৰতৰ মেঘালয় ৰাজ্যৰ ৬০ টা বিধান সভা সমষ্টিৰ ভিতৰত এটা।[1] ই পশ্চিম গাৰো পাৰ্বত্য জিলাৰ অংশ।
বিধানসভাৰ সদস্যসকল
[সম্পাদনা কৰক]| চন | বিজয়ী প্ৰাৰ্থী | ৰাজনৈতিক দল | |
|---|---|---|---|
| ১৯৭৮ | মজিবুৰ ৰহমান | স্বতন্ত্ৰ প্ৰাৰ্থী | |
| ১৯৮৩ | খোৰছেদুৰ ৰহমান খান | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৮৮ | মিৰিয়াম ডি. চিৰা | স্বতন্ত্ৰ প্ৰাৰ্থী | |
| ১৯৯৩ | ছায়িদুল্লাহ নংৰুম | স্বতন্ত্ৰ প্ৰাৰ্থী | |
| ১৯৯৮ | কপিন চন্দ্ৰ বড়ো | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০০৩ | ছায়িদুল্লাহ নংৰুম | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০০৮ | ছায়িদুল্লাহ নংৰুম | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০১৩ | আশাহেল ডি. চিৰা | স্বতন্ত্ৰ প্ৰাৰ্থী | |
| ২০১৮ | ড° আজাদ জামান | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০২১ (উপ-নিৰ্বাচন) | আব্দুছ ছালেহ | নেচনেল পিপলছ পাৰ্টী | |
| ২০২৩ | ড° মিজানুৰ ৰহমান কাজী | সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ | |
নিৰ্বাচনী ফলাফল
[সম্পাদনা কৰক]২০২৩
[সম্পাদনা কৰক]২০২৩ চনৰ মেঘালয় বিধানসভা নিৰ্বাচনত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ ড° মিজানুৰ ৰহমান কাজীয়ে মাত্ৰ ১০ টা ভোটৰ ব্যৱধানত নেচনেল পিপলছ পাৰ্টীৰ প্ৰাৰ্থী আব্দুছ ছালেহক পৰাস্ত কৰি বিজয়ী হয়।
| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| তৃণমূল কংগ্ৰেছ | ড° মিজানুৰ ৰহমান কাজী | ১২,৬২৮ | ৩৮.০৭ | - | |
| এনপিপি | আব্দুছ ছালেহ | 12,618 | 38.04 | −1.96 | |
| ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টী | আশাহেল ডি. চিৰা | 6,870 | 20.71 | −3.81 | |
| বিজেপি | বকুল চন্দ্ৰ হাজং | 439 | 1.32 | +0.20 | |
| স্বতন্ত্ৰ প্ৰাৰ্থী | নিজুম চাংমা | ৪১৯ | ১.২৬ | - | |
| কংগ্ৰেছ | কাৰ্লা আৰ. চাংমা | 193 | 0.58 | −32.90 | |
| ওপৰৰ এটাও নহয় (নটা) | নটা | ১৫৮ | ০.৪৮ | −০.১১ | |
| সংখ্যাগৰিষ্ঠ | ১০ | ০.০৩ | −৬.৪৯ | ||
| মুঠ ভোটদান | ৩৩,১৬৭ | ৯২.৪৩ | +২.৫৭ | ||
| তৃণমূল কংগ্ৰেছৰ এনপিপিৰ ওপৰত বিজয় সাব্যস্ত | ছুইং | - | - | ||
২০২১ উপ-নিৰ্বাচন
[সম্পাদনা কৰক]বিধায়ক ড° আজাদ জামানৰ আকস্মিক মৃত্যুৰ পৰিপ্ৰেক্ষিতত ২০২১ চনত অনুষ্ঠিত উপ-নিৰ্বাচনৰ ফলাফল আছিল এনেধৰণৰ:
| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| এনপিপি | আব্দুছ ছালেহ | ১১,৮২৩ | ৪০.০০ | +২১.১৯ | |
| কংগ্ৰেছ | হাচিনা য়াছমিন মণ্ডল | 9,897 | 33.49 | +6.53 | |
| ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টী | আশাহেল ডি. চিৰা | 7,247 | 24.52 | ||
| বিজেপি | কিংষ্টন বি. মাৰাক | 333 | 1.13 | −2.88 | |
| স্বতন্ত্ৰ প্ৰাৰ্থী | কাৰ্লা আৰ. চাংমা | ২৫৫ | ০.৮৬ | - | |
| ওপৰৰ এটাও নহয় (নটা) | নটা | ১৭৪ | ০.৫৯ | −০.০৭ | |
| সংখ্যাগৰিষ্ঠ | ১,৯২৬ | ৬.৫২ | +৩.১১ | ||
| মুঠ ভোটদান | ২৯,৫৫৫ | ৯০.৪৬ | −৩.৮৪ | ||
| এনপিপিৰ কংগ্ৰেছৰ ওপৰত বিজয় সাব্যস্ত | ছুইং | - | - | ||
২০১৮
[সম্পাদনা কৰক]২০১৮ চনৰ সাধাৰণ বিধানসভা নিৰ্বাচনৰ ফলাফল তলত উল্লেখ কৰা হ’ল:
| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| কংগ্ৰেছ | ড° আজাদ জামান | ৭,৪২০ | ২৬.৯৬ | +১৮.৬৬ | |
| স্বতন্ত্ৰ প্ৰাৰ্থী | আশাহেল ডি. চিৰা | ৬,৪৮২ | ২৩.৫৫ | - | |
| স্বতন্ত্ৰ প্ৰাৰ্থী | আব্দুছ ছালেহ | ৫,৮৯১ | ২১.৪০ | - | |
| এনপিপি | ড° মিজানুৰ ৰহমান কাজী | 5,178 | 18.81 | +16.83 | |
| স্বতন্ত্ৰ প্ৰাৰ্থী | জিনবাৱাৰ্ড এন. চাংমা | ১,১১৫ | ৪.০৫ | - | |
| বিজেপি | চফিউৰ ৰহমান | 1,102 | 4.00 | ||
| ওপৰৰ এটাও নহয় (নটা) | নটা | ১৮২ | ০.৬৬ | - | |
| সংখ্যাগৰিষ্ঠ | ৯৩৮ | ৩.৪১ | −০.৩০ | ||
| মুঠ ভোটদান | ২৭,৫২৫ | ৯৩.৭০ | +০.৮৮ | ||
| কংগ্ৰেছৰ স্বতন্ত্ৰ প্ৰাৰ্থীৰ ওপৰত বিজয় সাব্যস্ত | ছুইং | - | - | ||
লগতে চাওক
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Map of Meghalaya Parliamentary Constituencies". ceomeghalaya.nic.in. http://www.ceomeghalaya.nic.in/gis-map/00-pc-map-meghalaya.pdf। আহৰণ কৰা হৈছে: 30 January 2021.
- ↑ "Meghalaya General Legislative Election 2023". Election Commission of India. https://eci.gov.in/files/file/14847-meghalaya-general-legislative-election-2023/। আহৰণ কৰা হৈছে: 20 March 2024.
- ↑ "Bye Elections 2021 (State-wise Results)". Election Commission of India. https://eci.gov.in/files/file/13813-bye-elections-2021-state-wise-results/। আহৰণ কৰা হৈছে: 28 November 2025.