ৰাম চৰণ তেজা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ৰাম চৰণৰ পৰা পুনঃনিৰ্দেশিত)
ৰাম চৰণ তেজা

ৰাম চৰণ তেজা
জন্ম ২৭ মাৰ্চ, ১৯৮৫ (৩৯ বছৰ)[1]
মাদ্ৰাজ, তামিলনাডু, ভাৰত
(বৰ্তমানৰ চেন্নাই)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনয়, উদ্যোক্তা
সক্ৰিয় হৈ থকা সময় ২০০৭-বৰ্তমান
উল্লেখযোগ্য কৰ্ম চিৰুথা (২০০৭),
মাগাধীৰা (২০০৯),
ৰাঙ্গাস্থলম (২০১৮)
দাম্পত্যসঙ্গী উপাসনা কামিনেনী (বি. ২০১২)

ৰাম চৰণ তেজা (ইংৰাজী: Ram Charan Teja; জন্ম : ২৭ মাৰ্চ ১৯৮৫) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, নিৰ্মাতা আৰু উদ্যোক্তা। তেওঁ মূলতঃ তেলুগু ভাষাৰ চলচ্চিত্ৰত কাম কৰে। তেওঁ তেলুগু চলচ্চিত্ৰৰ খুব জনপ্ৰিয় অভিনেতা।[2] ৰাম চৰণে তেওঁৰ অভিনয় জীৱনত বহুতো সন্মান ও বঁটা লাভ কৰিবলৈ সক্ষম হয়, তাৰ ভিতৰত- 'ফিল্মফেয়াৰ বঁটা' (৩টা), নন্দী বঁটা (২টা), চিনেমা বঁটা (২টা), চেণ্ট’চাম বেষ্ট এক্ট’ৰ এৱাৰ্ড (২টা) আদি। তেওঁ অভিনেতা চিৰঞ্জীৱী আৰু সুৰেখাৰ পুত্ৰ।

২০০৭ চনৰ ২৮ চেপ্তেম্বৰত মুক্তিলাভ কৰা 'চিৰুথা' চলচ্চিত্ৰৰ জৰিয়তে অভিনয় জগতত কৰ্মজীৱনৰ পাতনি মেলা ৰাম চৰণে সেইখন চলচ্চিত্ৰৰ জৰিয়তে 'ফিল্মফেয়াৰ বঁটা' লাভ কৰিবলৈ সক্ষম হয়।

এচ.এচ. ৰাজমৌলিৰ কাল্পনিক এক্সন ছবি অভিনেত্ৰী কাজল আগাৰৱালৰ সৈতে কৰা 'মাগাধীৰা' (২০০৯) যিখন আছিল সফল তথা সৰ্বোচ্চ উপাৰ্জনকাৰী চলচ্চিত্ৰ।

চৰণে টলিউডৰ শীৰ্ষস্থানৰ অভিনেতা হিচাপে নিজকে প্ৰতিষ্ঠিত কৰে। তেওঁৰ বাণিজ্যিকভাৱে সফল ছবিসমূহ যেনে- 'ৰচা' (২০১২), 'নায়ক' (২০১৩), 'য়েভাডু' (২০১৪), 'ধ্ৰুৱ' (২০১৬) আৰু 'ৰাঙ্গাস্থালাম' (২০১৮), যিবোৰে তেওঁৰ মুক্তি পোৱা সৰ্বাধিক উপাৰ্জনমূলক ছবি হিচাপে স্থান পাইছে। ২০১৮ চনৰ ৩০ মাৰ্চত মুক্তি লাভ কৰা 'ৰাঙ্গাস্থালাম' চলচ্চিত্ৰখনৰ বাবে তেওঁ দ্বিতীয়বাৰ 'ফিল্মফেয়াৰ বঁটা' লাভ কৰিবলৈ সক্ষম হয়।

২০১৬ চনত, চৰণে তেওঁৰ নিজস্ব প্ৰডাকচন হাউচ প্ৰতিষ্ঠা কৰে, 'কোনিদেলা প্ৰডাকচন কোম্পানী', যাৰ সহায়ত তেওঁ চলচ্চিতসমূহ প্ৰযোজনা কৰে।[3] চলচ্চিত্ৰ কেৰিয়াৰৰ বাহিৰেও তেওঁ প’ল’ টীমৰ মালিক ৰাম চৰণ হায়দ্ৰাবাদ প’ল’ ৰাইডিং ক্লাব।[4]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

১৯৮৫ চনৰ ২৭ মাৰ্চ তাৰিখে জন্মগ্ৰহণ কৰা ৰাম চৰণ মাদ্ৰাজৰ (বৰ্তমানৰ চেন্নাই) তেলুগু চলচ্চিত্ৰ অভিনেতা চিৰঞ্জিৱী আৰু তেওঁৰ স্ত্ৰী সুৰেখাৰ পুত্ৰ।[1] তেওঁৰ দুগৰাকী ভনী। তেওঁ আল্লু ৰমা লিঙ্গাইয়াৰ নাতি আৰু নাগেন্দ্ৰ বাবু, পবন কল্যাণ, আৰু আল্লু অৰবিন্দৰ ভাগিন।

ফিল্ম’গ্ৰাফী[সম্পাদনা কৰক]

এগৰাকী মুখ্য অভিনেতা হিচাপে[সম্পাদনা কৰক]

টোকা
Films that have not yet been released এতিয়াও মুক্তি লাভ কৰা নাই
চন শিৰোনাম চৰিত্ৰ পৰিচালক টোকা
2007 চিৰুথা চৰণ পুৰী জগন্নাথ
২০০৯ মাগাধীৰা কাল ভৈৰৱ / হৰ্ষ[lower-alpha 1] এছ এছ ৰাজামৌলী
২০১০ অৰেঞ্জ ৰাম ভাস্কৰ
২০১২ ৰচা বেটিং ৰাজ সম্পত নন্দী
২০১৩ নায়ক চৰণ "চেৰী" / সিদ্ধাৰ্থ নায়ক[lower-alpha 1] ভি. ভি. বিনায়ক
যনজীৰ এচিপি বিজয় খান্না অপূৰ্ব লখিয়া বিলিংগুৱেল হিন্দী আৰু তেলুগু (তুফান ৰূপে)
নেপথ্য গায়কো ("মুম্বাই কে হিৰ’")
২০১৪ য়েবাদু চৰণ / সত্য / ৰাম[lower-alpha 2] বংশী পৈদিপাল্লী
গোবিন্দুদু এণ্ডাৰিভাদেলে অভিৰাম কৃষ্ণ বংশী
২০১৫ ব্ৰুচলী: দ্য ফাইটাৰ কাৰ্তিক / ব্ৰুচলী / আইবি অভিচাৰ বিক্ৰম কুমাৰ[lower-alpha 3] শ্ৰীণু ভৈত্লা
২০১৬ ধ্ৰুৱ ধ্ৰুৱ সুৰেন্দৰ ৰেড্ডী
2018 ৰাঙ্গাস্থালাম চেল্লুবইনা চিট্টি বাবু সুকুমাৰ
২০১৯ বিনয়া বিধেয়া ৰাম কোনিদেলা ৰাম বোয়াপাত্তী শ্ৰীণু
২০২২ আৰআৰআৰ আল্লুৰি সীতাৰাম ৰাজু এছ এছ ৰাজামৌলী

গেষ্ট এপিয়াৰেঞ্চ আৰু নিৰ্মাতা[সম্পাদনা কৰক]

টোকা
Films that have not yet been released এতিয়াও মুক্তি লাভ কৰা নাই
চন শিৰোনাম চৰিত্ৰ পৰিচালক টোকা
২০১৭ খিলাড়ী নং ১৫০ নিজে ভি ভি বিনায়ক স্পেচিয়েল এপিয়াৰেঞ্চ, নিৰ্মাতা
২০১৯ চয়ে ৰা নৰসিংহ ৰেড্ডী প্ৰযোজ্য নহয় সুৰেন্দৰ ৰেড্ডী নিৰ্মাতা
২০২০ আচৰ্য্যFilms that have not yet been released ঘোষণা হ’ব কোৰতালা শিৱ ফিল্মিং, নিৰ্মাতা

বঁটা আৰু মনোনয়ন[সম্পাদনা কৰক]

চন বঁটা ধৰণ চলচ্চিত্ৰ ফলাফল Ref(s)
২০০৮ নন্দী বঁটা স্পেচিয়েল জুৰি বঁটা চিৰুথা বিজয়ী [5]
২০১০ স্পেচিয়েল জুৰি বঁটা মাগাধীৰা বিজয়ী [6]
২০১৮ ফিল্মফেয়াৰ বঁটা দক্ষিণ শ্ৰেষ্ঠ পুৰুষ অভিষেক – দক্ষিণ চিৰুথা বিজয়ী [7]
২০১০ শ্ৰেষ্ঠ অভিনেতা – তেলুগু মাগাধীৰা বিজয়ী [8]
২০১২ ৰচা মনোনীত
২০১৩ নায়ক মনোনীত
২০১৬ ধ্ৰুৱ মনোনীত [9]
২০১৯ ৰাঙ্গাস্থলম বিজয়ী [10]
২০১৯ দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা শ্ৰেষ্ঠ অভিনেতা – তেলুগু ৰাঙ্গাস্থলম বিজয়ী
২০১০ সন্তুসম ফিল্ম এৱাৰ্ডচ্‌ শ্ৰেষ্ঠ অভিনেতা মাগাধীৰা বিজয়ী
২০১৫ শ্ৰেষ্ঠ অভিনেতা গোবিন্দুদু এণ্ডাৰিভাদেলে বিজয়ী
২০১৬ ৰিটজ আইকন এৱাৰ্ড মষ্ট এডমাইৰড চেলিব্ৰিটী আইকন এৱাৰ্ড বিজয়ী
২০১৬ এচিয়াভিচন এৱাৰ্ডচ্‌ ইউথ আইকন অফ ইণ্ডিয়া বিজয়ী [11]
২০১৪ টিএছআৰ – টিভি৯ নেচনেল ফিল্ম এৱাৰ্ডচ্‌ বেষ্ট হিৰ’ নায়ক বিজয়ী
২০১৬ শ্ৰেষ্ঠ অভিনেতাৰ স্পেচিয়েল জুৰি বঁটা ধ্ৰুৱ বিজয়ী [12]
২০১০ চিনেমা বঁটা শ্ৰেষ্ঠ অভিনেতা – পুৰুষ মাগাধীৰা বিজয়ী
২০১৯ জি চিনে এৱাৰ্ডচ্‌ তেলুগু লীডিং ৰোলৰ শ্ৰেষ্ঠ অভিনেতা – পুৰুষ ৰাঙ্গাস্থলম বিজয়ী

টোকা[সম্পাদনা কৰক]

  1. 1.0 1.1 Charan played two characters.
  2. Charan played two charcters, Charan and Satya with a pseudonym Ram.
  3. Charan played a single character with two or more names.

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 Hooli, Shekhar H. (27 March 2018). "Ram Charan birthday: Rana, Kajal, others wish, share Rangasthalm star's rare photos" (english ভাষাত). International Business Times, India Edition. https://www.ibtimes.co.in/ram-charan-birthday-rana-kajal-others-wish-share-rangasthalm-stars-rare-photos-765066। আহৰণ কৰা হৈছে: 9 November 2019. 
  2. "Highest paid actors in Tollywood". The Times of India. Archived from the original on 5 June 2016. https://web.archive.org/web/20160605232732/http://timesofindia.indiatimes.com/entertainment/telugu/movies/Highest-paid-actors-in-Tollywood/Highest-paid-actors-in-Tollywood/photostory/48668711.cms. 
  3. "Ram Charan to produce his father Chiranjeevi's 150th film". Times of India. Archived from the original on 8 May 2016. https://web.archive.org/web/20160508162345/http://timesofindia.indiatimes.com/entertainment/telugu/movies/news/Ram-Charan-to-produce-his-father-Chiranjeevis-150th-film/articleshow/52091104.cms. 
  4. Abhishek Raje Ram Charan Tej's polo team wins its debut match Archived 2011-09-17 at the Wayback Machine. The Times of India. 3 September 2011. Retrieved on 3 August 2011
  5. "Nandi awards 2007 announced". idlebrain.com. 12 January 2008. Archived from the original on 31 May 2015. https://web.archive.org/web/20150531021540/http://www.idlebrain.com/news/2000march20/nandiawards2007.html. 
  6. "Nandi awards 2009 announced". idlebrain.com. 7 October 2010. Archived from the original on 24 October 2014. https://web.archive.org/web/20141024125706/http://www.idlebrain.com/news/2000march20/nandiawards2009.html. 
  7. "NTR bags Filmfare award – Telugu Movie News". IndiaGlitz.com. Archived from the original on 10 July 2011. http://archive.wikiwix.com/cache/20110710163434/http://www.indiaglitz.com/channels/telugu/article/39969.html. 
  8. "Filmfare Awards winners". The Times of India. 9 August 2010. http://timesofindia.indiatimes.com/entertainment/regional/news-interviews/Filmfare-Awards-winners/articleshow/6280143.cms?referral=PM. 
  9. "Filmfare Awards South 2017 Telugu Nominations | Filmfare" (en ভাষাত). filmfare.com. https://www.filmfare.com/awards/filmfare-awards-south-2017/telugu/nominations। আহৰণ কৰা হৈছে: 2020-06-13. 
  10. "Winners of the 66th Filmfare Awards (South) - 2019". Filmfare. 22 December 2019. https://m.filmfare.com/news/bollywood/winners-of-the-66th-filmfare-awards-south-2019_-38163.amp. 
  11. James, Anu (15 November 2016). "Asiavision Movie Awards 2016 announced: Sonam Kapoor, Nivin Pauly, Radhika Apte, Ram Charan, others to be honoured" (en ভাষাত). International Business Times, India Edition. Archived from the original on 29 July 2017. https://web.archive.org/web/20170729214313/http://www.ibtimes.co.in/asiavision-movie-awards-2016-announced-sonam-kapoor-nivin-pauly-radhika-apte-ram-charan-others-704008। আহৰণ কৰা হৈছে: 27 November 2016. 
  12. "SR-TV9 Awards 2015 & 2016 Winners List" (en ভাষাত). Archived from the original on 9 May 2017. https://web.archive.org/web/20170509191452/http://english.tupaki.com/movienews/article/TSR-TV9-Awards-2015-and-2016-Winners-List/51624. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]