ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা
অৱয়ব
| চিত্ৰ:National Testing Agency logo.png | |
| সংক্ষিপ্ত | এন টি এ |
|---|---|
| স্থাপিত | নৱেম্বৰ ২০১৭ |
| প্ৰতিষ্ঠাপক | ভাৰত চৰকাৰ, Ministry of Education (India), Union Council of Ministers |
| Legal status | কাৰ্য্যকৰী |
| উদ্দেশ্য | দেশজুৰি বিভিন্ন প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰা |
| বিনীত যোশী | |
Parent organization |
শিক্ষা মন্ত্ৰালয় (ভাৰত) |
| ৱেবছাইট | nta |
ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা (এনটিএ) হৈছে ভাৰতীয় কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দ্বাৰা অনুমোদিত এটা চৰকাৰী সংস্থা। ২০১৭ চনৰ নৱেম্বৰ মাহত দেশৰ বিভিন্ন শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ এনটিএ গঠন কৰা হৈছিল ।[1][2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "NTA: How one of world's biggest 'exam agencies' is making tests smarter, less stressful - Times of India". The Times of India. https://timesofindia.indiatimes.com/home/education/news/how-one-of-worlds-biggest-exam-agencies-is-making-tests-smarter-less-stressful/articleshow/70640571.cms.
- ↑ "Centre approves creation of National Testing Agency". The Hindu. 10 November 2017. https://www.thehindu.com/news/national/other-states/centre-approves-creation-of-national-testing-agency/article20109658.ece। আহৰণ কৰা হৈছে: 24 September 2018.