সমললৈ যাওক

ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদ
সংক্ষিপ্ত এন.চি.ই.আৰ.টি.
Legal status সক্ৰিয়
Headquarters নতুন দিল্লী
Location
Region served
ভাৰত
ৱেবছাইট www.ncert.nic.in

ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদ (ইংৰাজী: National Council of Educational Research and Training, চমুকৈ NCERT) হ'ল ১৯৬১ চনত ভাৰত চৰকাৰৰ দ্বাৰা স্থাপিত এটা সংস্থা য'ত বিদ্যালয় শিক্ষাৰ সৈতে জড়িত কাৰ্যকলাপত কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰক উপদেশ দিয়া হয়।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]