ৰিয়াজ (চলচ্চিত্ৰ)
(ৰিয়াজৰ পৰা পুনঃনিৰ্দেশিত)
ৰিয়াজ | |
---|---|
পৰিচালক | মৃগাংক বৰা |
কাহিনী | মৃগাংক বৰা |
প্ৰযোজক | মৃগাংক বৰা |
অভিনয়ত | সৌমৰ জ্যোতি বৰা স্বাগতা ভৰালী |
চিত্ৰগ্ৰহণকাৰী | নগেন বৈশ্য |
প্ৰযোজনা কোম্পানী |
এম বি প্ৰডাকচন |
মুক্তি |
২০২১ (ৰীলড্ৰামা) |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
ৰিয়াজ হ’ল এখন ২০২১ বৰ্ষত ডিজিটেল প্লেটফৰ্ম ৰীলড্ৰামাত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। ছবিখনৰ কাহিনী, পৰিচালনা আৰু প্ৰযোজনা মৃগাংক বৰাৰ। ৰিয়াজত মুখ্য চৰিত্ৰত অভিনয় কৰিছে সৌমৰ জ্যোতি বৰা আৰু স্বাগতা ভৰালীয়ে৷[1]