ৰোগন জোছ (চুটিছবি)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰোগন জোছ
Rogan Josh
পৰিচালক সঞ্জীৱ ভিগ
ৰচনা সঞ্জীৱ ভিগ
অভিনয়ত নাছিৰুদ্দিন শ্বাহ
মুক্তি
২০১৮
দৈৰ্ঘ্য
১৭ মিনিট
দেশ ভাৰত
ভাষা হিন্দী

ৰোগন জোছ (ইংৰাজী: Rogan Josh) হৈছে ২০১৮ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় চুটিছবি। ২৬/১১ ত মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে কিদৰে এটা পৰিয়ালৰ সোণালী জীৱনযাত্ৰা ব্যাহত কৰি তুলিলে তাকেই চুটিছবিখনত দাঙি ধৰিছে। সঞ্জীৱ ভিগে পৰিচালনা কৰা চুটিছবিখন ২৬/১১ ৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহতসকলৰ আত্মীয়লৈ উৰ্চ্ছগা কৰা হৈছে।[1]

অভিনয়ত[সম্পাদনা কৰক]

  • নাচিৰুদ্দিন শ্বাহ
  • অৱন্তিকা আকেৰকাৰ
  • ভুৱন অৰোৰা
  • নিখিল পাণ্ডে
  • শিশিৰ শৰ্মা
  • শ্ৰীশ্বৰ
  • খুছবু উপাধ্যায় [2]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

ইউটিউৱত ৰোগন জোচ