ৱিকিচ'ৰা:পঞ্জী/ৱিকিচ'ৰা/পৰিচয়
অৱয়ব
ৱিকিচ'ৰা হৈছে কোনো নিৰ্দিষ্ট বিষয় বা পৰিসৰ সম্পৰ্কে লিখিত প্ৰবন্ধসমূহৰ "মূখ্য পৃষ্ঠা"। কোনো ৱিকিচ'ৰা এটা বা একাধিক ৱিকিপ্ৰকল্পৰ সৈতে সম্পৰ্কীত হ'ব পাৰে; কিন্তু ৱিকিপ্ৰকল্পৰ বিপৰীতে, ইয়াক পাঠক আৰু ৱিকিপিডিয়ান দুয়োৰে বাবে সৃষ্টি কৰা হয়, আৰু প্ৰবন্ধ মনোনীত তথা সম্পাদনাৰ বাবে উদগনি জনোৱা উচিত। ৱিকিচ'ৰাবোৰ কেৱল বিশ্বকোষীয় বিষয় সম্পৰ্কে সৃষ্টি কৰা হয়, শ্ৰেণী ব্যৱস্থাপনাৰ বাবে নহয়। বৰ্তমানলৈকে অসমীয়া ৱিকিপিডিয়াত থকা ৱিকিচ'ৰাৰ সংখ্যা হৈছে ৩টা, ইয়াৰে ভিতৰত ০টা নিৰ্বাচিত ৱিকিচ'ৰা . তলৰ বিশেষ:সন্ধান বাকচৰ সহায়ত আপুনি ৱিকিচ'ৰা আৰু উপ-পৃষ্ঠাসমূহৰ সন্ধান কৰিব পাৰে।
|