ৱিকিপিডিয়া:আলোকচিত্ৰ প্ৰতিযোগিতা, ২০২১/পুৰস্কাৰ
অৱয়ব
English | +
প্ৰথম পুৰস্কাৰ - ₹ ৬,০০০/- গিফ্ট ভাউচাৰ, এটা টি-ছাৰ্ট, আৰু মানপত্ৰ
দ্বিতীয় পুৰস্কাৰ - ₹ ৫,০০০/- গিফ্ট ভাউচাৰ, এটা টি-ছাৰ্ট, আৰু মানপত্ৰ
তৃতীয় পুৰস্কাৰ - ₹ ৩,০০০/- গিফ্ট ভাউচাৰ, এটা টি-ছাৰ্ট, আৰু মানপত্ৰ
চতুৰ্থ আৰু পঞ্চম পুৰস্কাৰ - ₹ ২,০০০/- গিফ্ট ভাউচাৰ, এটা টি-ছাৰ্ট, আৰু মানপত্ৰ
ষষ্ঠৰ পৰা দশম পুৰস্কাৰ - ₹ ১,০০০/- গিফ্ট ভাউচাৰ, এটা টি-ছাৰ্ট, আৰু মানপত্ৰ, লগতে- অসমীয়া ৱিকিমিডিয়াৰ প্ৰকল্পসমূহৰ মূখ্য পৃষ্ঠাত পুৰস্কৃত আলোকচিত্ৰ আৰু প্ৰমাণপত্ৰৰ প্ৰদৰ্শন
