ৱিকিপিডিয়া:জীৱিত ব্যক্তিৰ জীৱনী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিমিডিয়া ফাউণ্ডেচনত কেনেদৰে অভিযোগ দাখিল কৰিব লাগে তাৰ বাবে ইয়াত আৰু তলত চাওক।

ৱিকিপিডিয়াৰ "যিকোনো" প্ৰবন্ধত "জীৱিত ব্যক্তিৰ বিষয়ে তথ্য" যোগ কৰাৰ সময়ত সম্পাদকসকলে কিছুমান নিৰ্দিষ্ট সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন।[1] এনে তথ্য বিলাক অতি সংবেদনশীলতাৰে প্ৰস্তুত কৰা উচিত আৰু সেইবিলাক আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ সকলো সন্দৰ্ভিত আইন, এই নীতি আৰু "ৱিকিপিডিয়াৰ তিনি মূল সমল নীতি" মতে বৈধ হ’ব লাগিব। ৱিকিপিডিয়াৰ তিনিটা মূল সমল নীতি হ'ল:

আমি প্ৰবন্ধটো সকলো নিয়মমতে শুদ্ধৰূপত পাব লাগিব। প্ৰবন্ধৰ গুণগত মান সম্পৰ্কে অতি সচেতন হওক। সকলো উদ্ধৃতি আৰু "বিবাদমান বা বিবাদ হোৱাৰ সম্ভাৱনা থকা" সকলো সমল কোনো প্ৰকাশিত আৰু বিশ্বাসযোগ্য তথ্যসূত্ৰৰ সৈতে inline citation দ্বাৰা সংযুক্ত কৰা বাঞ্ছনীয়। জীৱিত ব্যক্তিজনৰ বিষয়ে কোনো অসমৰ্থিত বা অপৰ্যাপ্তভাৱে সমৰ্থিত সমল (তথ্যসূত্ৰ নোহোৱা বা তথ্যসূত্ৰৰ বিশ্বাসযোগ্যতা সন্দেহাতীত নহ'লে)- লাগিলে সি যোগাত্মক, বিয়োগাত্মক, নিৰপেক্ষ, বা বিবাদজনক- যিয়েই নহওক, সেইখিনি আলোচনালৈ অপেক্ষা নকৰি তুৰন্তে বিলোপ কৰা উচিত।[2] যিসকল ব্যৱহাৰকাৰীয়ে এই নীতি ক্ৰমাগতভাৱে বা গুৰুতৰৰূপে উলংঘন কৰে, তেওঁলোকক সম্পাদনাৰ পৰা অৱৰূদ্ধ কৰা হ’ব পাৰে।

জীৱিত লোকৰ জীৱনী(BLPs) ৰক্ষণশীলভাৱে আৰু ব্যক্তিজনৰ ব্যক্তিগত গোপনীয়তাৰ প্ৰতি সন্মান জনাই লিখিব লাগে। ৱিকিপিডিয়া এখন বিশ্বকোষ, পৰচৰ্চাৰ থলী নহয়; ৱিকিপেডিয় কোনো মনোৰঞ্জক উদ্দীপনাৰ সৃষ্টি কৰা বা ব্যক্তিজনৰ জীৱন সম্পৰ্কে উত্তেজনামূলক দাবীবিলাক প্ৰচাৰ কৰাৰ ব্যৱস্থা নহয়, আৰু সেয়ে তেনে প্ৰবন্ধ সম্পাদনাৰ সময়ত জীৱিত ব্যক্তিজনক বিপদত পেলাব পৰা কোনো সম্ভাৱনীয়তা সম্পৰ্কে অতি সচেতন হোৱা প্ৰয়োজন। এই নীতি সকলো জীৱিত লোকৰ জীৱনী বা প্ৰবন্ধত উল্লেখ থকা যিকোনো জীৱিত ব্যক্তি, (তেওঁ প্ৰবন্ধটোৰ মূল বিষয় নহ’লেও), আৰু আন কোনো পৃষ্ঠাত সেই জীৱিত ব্যক্তিজনৰ বিষয়ে উল্লেখ কৰাৰ ক্ষেত্ৰত প্ৰয়োজ্য হ’ব।[3] ৱিকিপিডিয়াত এনেধৰণৰ সম্পাদনাৰ প্ৰমাণৰ দ্বায়িত্ব সেই প্ৰবন্ধটো যোগ বা পুণৰোত্থাপ কৰা ব্যক্তিজনৰ ওপৰত ন্যস্ত থাকিব।

লিখন শৈলী[সম্পাদনা কৰক]

নীতিৰ সংক্ষিপ্ত:
WP:BLPSTYLE

সুৰ[সম্পাদনা কৰক]

জীৱিত ব্যক্তিৰ জীৱনী দ্বায়িত্ববোধসহ, সাৱধানতাৰে লিখিব লাগে, লিখোঁতে আৱেগৰ সুৰ পৰিহাৰ কৰি চলিব লাগে; নূন্যোক্তি আৰু অতিশয়োক্তি সদায় বৰ্জন কৰা উচিত। এনে প্ৰবন্ধসমূহত অ-পক্ষপাতিতাৰে বিশ্বাসযোগ্য কোনো সূত্ৰত ব্যক্তিজনাৰ বিষয়ে প্ৰকাশিত, বা তেওঁ নিজে নিজৰ বিষয়ে প্ৰকাশ কৰা তথ্য সন্বিবিষ্ট হ’ব লাগে। জীৱিত ব্যক্তিৰ জীৱনীতুচ্ছ বিষয় থাকিব নেলাগে।

সমালোচনা আৰু প্ৰশংসা[সম্পাদনা কৰক]

সমালোচনা বা প্ৰশংসা তেতিয়াহে সন্বিবিষ্ট কৰিব লাগে যেতিয়া তাৰ কোনো বিশ্বাসযোগ্য তথ্যসূত্ৰ থাকে। সেই তথ্যসমূহ কিন্তু দ্বায়িত্বশীলভাৱে, ৰক্ষণশীলতাৰে এক নিৰ্লিপ্ত সুৰত লিখা প্ৰয়োজন। কোনো বিশেষ দৃষ্টিভংগীক অত্যধিক গুৰুত্ব দিব নেলাগে; সৰু কোনো মহলৰ দৃষ্টিভংগী কোনো পধ্যেই লেখাত অন্তৰ্ভুক্ত কৰিব নেলাগে। প্ৰবন্ধ সংৰচনাৰ সহায় লৈ সামগ্ৰিক উপস্থাপনা আৰু শাখা শীৰ্ষক বিলাক বহুলভাৱে নিৰপেক্ষ কৰি তুলিবলৈ যত্ন কৰিব লাগে বিভ্ৰান্তিমূলক (guilt by association), পক্ষপাতদু্ষ্ট আৰু বিদ্বেষপৰায়ণ দাবী বা তথ্যবিলাকৰ পৰা সাৱধান থাকিব লাগে।


আক্ৰমণাত্মক প্ৰবন্ধ[সম্পাদনা কৰক]

ব্যক্তিগৰাকী সম্পৰ্কে তথ্যসূত্ৰ নথকা আৰু ঋণাত্মক ভাৱধাৰাৰ প্ৰবন্ধ, বিশেষকৈ যেতিয়া সেই প্ৰবন্ধটো ব্যক্তিগৰাকীক আক্ৰমণ বা অপমান কৰিবলৈৈ সৃষ্টি কৰা হৈছে বুলি বুজিব পাৰি, সেই প্ৰবন্ধ তৎক্ষণাত বিলোপ কৰিব লাগে, যদিহে তাৰ কোনো নীতি-সন্মতি সংস্কৰণ (policy-compliant version) নেথাকে; সবিশেষৰ বাবে তলত চাওক । বিলোপৰ ক্ষমতা নথকা সম্পাদকসকলে প্ৰবন্ধটো {{db-attack}} বুলি টেগ কৰি দিব।

বিশ্বাসযোগ্য তথ্যসূত্ৰ[সম্পাদনা কৰক]

নীতিৰ সংক্ষিপ্ত:
WP:BLPSOURCES

প্ৰত্যাহ্বান থকা বা প্ৰত্যাহ্বানৰ সম্ভাৱনা থকা[সম্পাদনা কৰক]

ৱিকিপিডিয়াৰ সূত্ৰ সম্পৰ্কীয় আদৰ্শই কয় যে সত্যাপনীয়তা, প্ৰত্যাহ্বান থকা বা প্ৰত্যাহ্বানৰ সম্ভাৱনা থকা সকলো উদ্ধৃতি বা যিকোনো সমল বিশ্বাসযোগ্য, inline citation ব্যৱহাৰ কৰি পূৰ্ব-প্ৰকাশিত তথ্যসূত্ৰৰ সৈতে সংযুক্ত কৰিব লাগিব; এই মানদণ্ড মানি নচলা যিকোনো সমল বিলোপ কৰা উচিত। এই নীতিয়ে উক্ত আদৰ্শক আৰু আগবঢ়াই নিয়ে, আৰু ইয়াত যোগ কৰে যে "জীৱিত ব্যক্তি" সম্পৰ্কীয় তথ্যসূত্ৰ নেথাকিলে বা তথ্যসূত্ৰ বিশ্বাসযোগ্য নহ'লে কোনো আলোচনা নকৰাকৈয়ে বিলোপ কৰিব লাগে। এই নীতি যোগাত্মক, বিয়োগাত্মক, নিৰপেক্ষ, বা সন্দেহজনক- যিয়েই নহওক, বা সেই সমলখিনি জীৱনী বা আন কোনো প্ৰবন্ধতে থাকক, তাতেই প্ৰযোজ্য হ’ব। টেবলইড ধৰণৰ সংবাদ তথ্যসূত্ৰ হিচাপে দিব নেলাগে। যদি সমলখিনি সত্যাপিত কৰিব পৰা বা গুৰুত্ব থকা হয়, তেন্তে সেইখিনি নিশ্চয় আন কোনো বিশ্বাসযোগ্য সূত্ৰতো প্ৰকাশ পাব।

সূত্ৰ নথকা বা সূত্ৰৰ বিশ্বাসযোগ্যতা নথকা বিবদমান সমলৰ বিলোপন[সম্পাদনা কৰক]

নীতিৰ সংক্ষিপ্ত:
WP:GRAPEVINE
WP:BLPREMOVE

জীৱিত ব্যক্তি সম্পৰ্কীয় সূত্ৰ নথকা বা সূত্ৰৰ বিশ্বাসযোগ্যতা নথকা বিবদমান সমল তুৰন্তে বিলোপ কৰক; যিবিলাক তথ্যসূত্ৰ স্ব-প্ৰকাশিত লেখাৰ ওপৰত প্ৰতিষ্ঠিত,( মৌলিক গৱেষণাৰহিত লেখা চাওক) (যদিহে প্ৰবন্ধৰ যাৰ বিষয়ে লিখা হৈছে, তেওঁ নিজে লিখা নহয় (তলত চাওক) ), বা ৱিকিপিডিয়াৰ তথ্যসূত্ৰৰ নিৰ্দিষ্ট মানমতে বৈধ নহয় (সত্যাপনীয়তা চাওক), সেইবিলাক আনুমানিক সূত্ৰ গ্ৰহণযোগ্য নহ’ব।

টোকাঃ- যদিও three-revert rule does not apply to such removals -ক জীৱিত ব্যক্তিৰ জীৱনীত ৰেহাই দিয়া হয়, কিন্তু ই বিবদমান হোৱাৰ সম্ভাৱনা থাকে। যিসকল সম্পাদক জীৱিত ব্যক্তিজন সম্পৰ্কীয় এনে সাম্ভাৱ্য আপমানজনক সমল বিলাক লৈ দ্বিধাত পৰে, তেওঁলোকে এই বিষয়বোৰ ওপৰোক্ত "ৰেহাই"ৰ ওপৰত ভৰষা নকৰি BLP noticeboard -ত উত্থাপন কৰা উচিত।

প্ৰশাসকসকলে স্পষ্ট জীৱিত ব্যক্তিৰ জীৱনী নীতি উলংঘন বিলাক বিলোপ কৰিব পাৰে আৰু তেনে উলংঘাকাৰীসকলক অৱৰোধ কৰি প্ৰবন্ধটো সুৰক্ষিত কৰিব পাৰে, আনকি নিজে সম্পাদনা কৰা বা আন কোনো ধৰণে জড়িত হৈ থকা প্ৰবন্ধৰ ক্ষেত্ৰতো এনে কৰা আৱশ্যক। যদি এই উলংঘন সুস্পষ্ট নহয় তেন্তে তেওঁলোকে অসন্দৰ্ভিত এজন প্ৰশাসকৰ Administrators Noticeboard/Incidents যোগে দৃষ্টি আকৰ্ষণ কৰিব পাৰে।

ৰটনা আৰু পৌনঃপুনিক প্ৰতিক্ৰিয়া (feedback loop) বিলাকৰ পৰা আঁতৰি থাকক[সম্পাদনা কৰক]

নীতিৰ সংক্ষিপ্ত:
WP:BLPGOSSIP

ৰটনা বিলাকৰ এবাৰতকৈ বেছি উল্লেখ নকৰিব। আপুনি নিজকে সোধক যে আপুনি পোৱা তথ্যসূত্ৰটো বিশ্বাসযোগ্য হয়নে? ঘটনাটো সত্যৰূপে প্ৰকাশ হৈছেনে? আৰু যদি হৈছেও ইয়াৰ লিখি থকা প্ৰবন্ধটোৰ সৈতে সংগতি আছেনে? অপপ্ৰচাৰ ধৰণৰ সূত্ৰৰ পৰা পোৱা বা বেনামী সূত্ৰৰ উদ্ধৃতি দিয়া সমলৰ পৰা সতৰ্ক থাকক। Feedback Loop বিলাকৰ পৰাও সাৱধানে থাকক, এই সূত্ৰবিলাকে ৱিকিপিডিয়া কোনো এটা প্ৰবন্ধ নিজে সম্পাদনা কৰি তাকে আকৌ তথ্যসূত্ৰ হিচাপে আন প্ৰবন্ধত ব্যৱহাৰ কৰে।

প্ৰাথমিক সূত্ৰৰ অপব্যৱহাৰ[সম্পাদনা কৰক]

চমুপথ:
WP:BLPPRIMARY

প্ৰাথমিক সূত্ৰ বিলাক ব্যৱহাৰ কৰোঁতে সাৱধান হ’ব। জীৱিত ব্যক্তি সম্পৰ্কে কোনো দাবীৰ সমৰ্থনত মোকৰ্দমাৰ বিৱৰণ বা আন আদালতৰ নথি, ৰাজহুৱা নথি ব্যৱহাৰ নকৰিব। ব্যক্তিগত বিৱৰণ, যেনে জন্মৰ তাৰিখ, বাসগৃহৰ মূল্য, ট্ৰেফিক উদ্ধৃতি, বাহনৰ পঞ্জীয়ন নম্বৰ, ঘৰ আৰু ব্যৱসায় ঠিকনা উল্লেখ কৰিবলৈয়ো কোনো ৰাজহুৱা নথি ব্যৱহাৰ নকৰিব

কিন্তু যদি এই প্ৰাথমিক তথ্য বিলাক কোনো দ্বিতীয় সুত্ৰৰ দ্বাৰা আলোচিত হয়, তেতিয়া দ্বিতীয় সুত্ৰত থকা যুক্তিৰ ওপৰত নিৰ্ভৰ কৰি এনে তথ্য গ্ৰহণযোগ্য হ’ব পাৰে, যদিহে তথ্যখিনি এই নীতি, মৌলিক গৱেষণাৰহিত লেখা বা ৱিকিপডিয়াৰ আন সূত্ৰ আদৰ্শৰ মতে বৈধ হয়।

যেতিয়া এনে দ্বিতীয় সূত্ৰৰ পৰা পোৱা সমলখিনি আকৌ প্ৰাথমিক সূত্ৰৰ সৈতে সংযুক্ত কৰা হয়, তেতিয়া প্ৰাথমিক সূত্ৰৰ লিংক তথ্যসূত্ৰত যোগ কৰিব পাৰে।

স্বপ্ৰকাশিত সূত্ৰ পৰিহাৰ কৰক[সম্পাদনা কৰক]

চমুপথ:
WP:BLPSPS

ৱিকিপিডিয়াত জীৱিত ব্যক্তি সম্পৰ্কীয় আপোনাৰ স্ব-প্ৰকাশিত সূত্ৰ যেনে পুথি, আলোচনী, ৱেবচাইট, ব্লগ, টুইট আদি কেতিয়াও ব্যৱহাৰ নকৰিব, যদিয়ে সেইখিন প্ৰবন্ধৰ বিষয়বস্তু ব্যক্তিজনে নিজে প্ৰকাশ কৰা নহয় (তলত চাওক)। "স্বপ্ৰকাশিত ব্লগ" বোলোঁতে ব্যক্তিগত বা সমূহীয়া ব্লগো হ’ব পাৰে। কিছুমান বাতৰি প্ৰতিষ্ঠানে ইণ্টাৰনেটত কিছুমান স্তম্ভ প্ৰকাশ কৰে, আৰু তেওঁলোকে তাক ব্লগ বুলি কয়, কিন্তু এই স্তম্ভবিলাক গ্ৰহণযোগ্য সূত্ৰ হ’ব পাৰে যদিহে স্তম্ভলিখকজন বিখ্যাত লোক হয় আৰু লেখাটো বাতৰি প্ৰতিষ্ঠানটোৰ সম্পাদনা কক্ষৰ দ্বাৰা সম্পূৰ্ণ নিয়ন্ত্ৰিত হয়। পাঠকে দিয়া মন্তব্য বিলাক কেতিয়াও সূত্ৰ হিচাপে গ্ৰহণযোগ্য নহয়। [4] স্ব প্ৰকাশিত ছবি সম্পৰ্কীয় নীতিৰ বাবে তলত চাওক।

বিষয়বস্তুক স্ব-প্ৰকাশিত উৎস হিচাপে ব্যৱহাৰ[সম্পাদনা কৰক]

এজন জীৱিত ব্যক্তিয়ে চপা মাধ্যম বা ব্যক্তিগত ৱেবচাইটৰ জড়িয়তে নিজৰ বিষয়ে তথ্য প্ৰকাশ কৰিব পাৰে। এনে তথ্য গ্ৰহণযোগ্য হ’ব যদিহে:

  1. সেয়া অতিৰিক্তভাৱে কৰা আত্ম প্ৰশংসা নহয়;
  2. তাত কোনো তৃতীয় পক্ষৰ ওপৰত কোনো দাবী নেথাকে;
  3. বিষয়বস্তুৰ সৈতে সম্পৰ্ক নথকা কোনো ঘটনা বা দাবী নেথাকে;
  4. এই সূত্ৰৰ বিশ্বাসযোগ্যতা সম্পৰ্কে কোনো দ্বিধা নেথাকে;
  5. প্ৰবন্ধটোৰ মূল তথ্যসূত্ৰ কেৱল এই সমলখিনেয়েই নহয়।

এই দফাটো কোনো তৃতীয় পক্ষৰ প্ৰকাশন গোষ্ঠীয়ে প্ৰকাশ কৰা আত্মজীৱনীৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব, কাৰণ তাক স্ব-প্ৰকাশিত বুলি ক’ব নোৱাৰি। (তেনে আত্মজীৱনীয়ে ওপৰত দিয়া পাঁচটা নিয়ম মানি নচলিলেও তাক তথ্যসূত্ৰ হিচাপে ব্যৱহাৰ কৰিব পৰা যাব।)

অধিক পঢ়িবলৈ আৰু বহিৰ্সূত্ৰ[সম্পাদনা কৰক]

জীৱিত ব্যক্তিৰ জীৱনী বা তেওঁৰ সম্পৰ্কীয় আন যিকোনো প্ৰবন্ধতে বহিৰ্সূত্ৰক আন সাধাৰণ প্ৰবন্ধতকৈ বহু বেছি গুৰুত্বৰে লোৱা হয়। সন্দেহজনক বা স্বপ্ৰকাশিত সূত্ৰক কেতিয়াও জীৱিত ব্যক্তিৰ জীৱনী'আধিক পঢ়িবলৈ বা বহিৰ্সূত্ৰ অংশত ব্যৱহাৰ কৰিব নেলাগে; আন প্ৰবন্ধত ব্যৱহাৰ কৰিলেও নিশ্চিত কৰিব লাগে যে সেই সূত্ৰই এই নীতি ভংগ কৰা নাই। বিষয়বস্তুৰ ব্যক্তিজনৰ স্ব-প্ৰকাশিত তথ্য জীৱিত ব্যক্তিৰ জীৱনী অতি সাৱধানেৰে ব্যৱহাৰ কৰিব লাগে। ওপৰৰচাওক সাধাৰণভাৱে ক’বলৈ গ'লে বহিৰ্সূত্ৰ সম্পৰ্কীয় ৱিকি নিৰ্দেশনা বিলাক উলংঘা কৰা কোনো ৱেবচাইটৰ সূত্ৰ ব্যৱহাৰ নকৰিব। যদি কেতিয়াবা উপৰোক্ত নিৰ্দেশনা বিলাক আৰু এই নীতিৰ মাজত বৈপৰীত্য থাকে, তেনে এই জীৱিত ব্যক্তিৰ জীৱনী নীতিহে প্ৰযোজ্য হ’ব।

ব্যক্তিগত গোপনীয়তাৰ পক্ষে ধাৰণা[সম্পাদনা কৰক]

পীড়ন (victimisation) নকৰিব[সম্পাদনা কৰক]

যেতিয়া কোনো এনে এজন ব্যক্তিৰ বিষয়ে লিখা হয়, যি কিবা এটা বা দুটা ঘটনাৰ বাবেহে বিখ্যাত, তেতিয়া অতি বেছি বিশদ বৰ্ণনাই সমস্যাৰ সৃষ্টি কৰিব পাৰে, লাগিলে সূত্ৰ খুব শক্তিশালীয়েই নহওক কিয়। দ্বিধা থাকিলে জীৱনীবিলাক এনে সংস্কৰণলৈ ঘুৰাই নিয়া উচিত যি সম্পূৰ্ণ সূত্ৰ সমৰ্থিত, নিৰপেক্ষ আৰু বিষয়নিষ্ঠ। এই নিৰ্দেশনা বিশেষ গুৰুত্বপূৰ্ণ হয় যেতিয়া লোকজন উল্লেখনীয়তা মূলতঃ আনৰ দ্বাৰা পীড়িত হয়। ৱিকিপিডিয়াৰ সম্পাদকসকলে কেতিয়াও সচেতন বা আন ভাৱেও কাকো পীড়ন কৰা বা কাৰোবাৰ পীড়ন প্ৰক্ৰিয়া দীঘলীয়া কৰাত সহযোগ কৰিব নেলাগে।

ৰাজহুৱা ব্যক্তি[সম্পাদনা কৰক]

নীতিৰ সংক্ষিপ্ত:
WP:বিখ্যাত

ৰাজহুৱা ব্যক্তিসকলৰ ক্ষেত্ৰত বহু বিশ্বাসযোগ্য প্ৰকাশিত তথ্যসূত্ৰ পোৱা যায়, সেয়ে তেনে জীৱনীত এই সূত্ৰসমূহত থকা কথাখিনিয়েই সৰলভাৱে লিখিব লাগে। যদি ব্যক্তিজনৰ বিৰূদ্ধে কিবা উল্লেখযোগ্য অভিযোগ থাকে, আৰু সি বিশ্বাসযোগ্যভাৱে নথিভূত, আৰু বিষয়ৰ সৈতে সংগতি থকা হয়, তেনে তথ্য ঋণাত্মক হ’লেও, বা ব্যক্তিজনে তেনে তথ্য উল্লেখ কৰিবলৈ নিবিচাৰিলেও - সেইয়া জীৱনীত দিব পাৰি। কিন্তু যদিহে সেই তথ্যৰ বিশ্বাসযোগ্যতা কম হয়, তেনে এৰি চলা উচিত।

  • উদাহৰণ: "বৰুৱা আৰু বৰুৱানীৰ বৰ বেয়া ধৰণে বিবাহ বিচ্ছেদ হ'ল"। এই কথাখিনি প্ৰবন্ধটোৰ বাবে জৰুৰী হয় নে? কোনো তৃতীয় পক্ষই এই কথাখিনি বিশ্বাসযোগ্যভাৱে নথিভূত কৰিছেনে? যদি নাই কৰা, তেনে এইখিনি তথ্য বাদ দিয়ক। যদি সূত্ৰ অতি বিশ্বাস যোগ্য আৰু কথাখিনি দৰকাৰী তেনে সৰলকৈ লিখক "বৰুৱা আৰু বৰুৱানীৰ বিবাহ বিচ্ছেদ হ'ল"
  • উদাহৰণ: এজন বিখ্যাত ৰাজনীতিকৰ অবৈধ সম্পৰ্কৰ অভিযোগ আছে, তেওঁ নিজে কথাটো বাৰম্বাৰ অস্বীকাৰ কৰি আহিছে। কিন্তু এই ঘটনাটো নিউ য়ৰ্ক টাইমচত প্ৰকাশ পাইছে আৰু তাৰ বাবে সাধাৰণ মানুহৰ মাজতো প্ৰতিক্ৰিয়া হৈছে। তেনে এই কথাখিনি তেওঁৰ জীৱনীত লিখিব লাগিব, আৰু নিউ য়ৰ্ক টাইমচক সূত্ৰ হিচাপে উল্লেখ কৰিব লাগিব।

Privacy of personal information and using primary sources[সম্পাদনা কৰক]

চমুপথবোৰ:
WP:BLPPRIVACY
WP:DOB

With identity theft on the rise, people increasingly regard their full names and dates of birth as private. Wikipedia includes full names and dates of birth that have been widely published by reliable sources, or by sources linked to the subject such that it may reasonably be inferred that the subject does not object. If the subject complains about the inclusion of the date of birth, or the person is borderline notable, err on the side of caution and simply list the year. In a similar vein, articles should not include postal addresses, e-mail addresses, telephone numbers, or other contact information for living persons, though links to websites maintained by the subject are generally permitted. See above regarding the misuse of primary sources to obtain personal information about subjects.

People who are relatively unknown[সম্পাদনা কৰক]

নীতিৰ সংক্ষিপ্ত:
WP:NPF

Wikipedia contains biographical material on people who, while notable enough for an entry, are not generally well known. In such cases, exercise restraint and include only material relevant to their notability, focusing on high quality secondary sources. Material published by the subject may be used, but with caution; see above. Material that may adversely affect a person's reputation should be treated with special care; in many jurisdictions, repeating a defamatory claim is actionable, and there is additional protection for subjects who are not public figures.

কেৱল এটা ঘটনাৰ বাবে উল্লেখযোগ্য[সম্পাদনা কৰক]

নীতিৰ সংক্ষিপ্ত:
WP:BLP1E

Wikipedia is not news, or an indiscriminate collection of information. Being in the news does not in itself mean that someone should be the subject of a Wikipedia article. If reliable sources cover the person only in the context of a single event and if, outside of the event, that person otherwise remains, and is likely to remain, a low-profile individual, we should generally avoid having an article on them. Biographies in these cases can give undue weight to the event and conflict with neutral point of view. In such cases, it is usually better to merge the information and redirect the person's name to the event article.

If the event is significant and the individual's role within it is substantial and well-documented—as in the case of John Hinckley, Jr., who shot President Ronald Reagan in 1981—a separate biography may be appropriate. The significance of an event or individual is indicated by how persistent the coverage is in reliable sources.[5] In addition, some subject specific notability guidelines such as WP:ATHLETE provide criteria that may support the notability of certain individuals who are known chiefly for one event.

Privacy of names[সম্পাদনা কৰক]

চমুপথ:
WP:BLPNAME

Caution should be applied when identifying individuals who are discussed primarily in terms of a single event. When the name of a private individual has not been widely disseminated or has been intentionally concealed, such as in certain court cases or occupations, it is often preferable to omit it, especially when doing so does not result in a significant loss of context. When deciding whether to include a name, its publication in secondary sources other than news media, such as scholarly journals or the work of recognized experts, should be afforded greater weight than the brief appearance of names in news stories. Consider whether the inclusion of names of private living individuals who are not directly involved in an article's topic adds significant value. The presumption in favor of privacy is strong in the case of family members of articles' subjects and other loosely involved, otherwise low-profile persons.

The names of any immediate, ex, or significant family members or any significant relationship of the subject of a BLP may be part of an article, if reliably sourced, subject to editorial discretion that such information is relevant to a reader's complete understanding of the subject.

Applicability of the policy[সম্পাদনা কৰক]

BLP applies to all material about living persons anywhere on Wikipedia, including talk pages, edit summaries, user pages, images, categories, lists, article titles and drafts.

Non-article space[সম্পাদনা কৰক]

নীতিৰ সংক্ষিপ্ত:
WP:BLPTALK

Contentious material about living persons that is unsourced or poorly sourced and not related to making content choices should be removed, deleted, or oversighted, as appropriate. When seeking advice about whether to publish something about a living person, be careful not to post so much information on the talk page that the inquiry becomes moot. For example, it would be appropriate to begin a discussion by stating This link has serious allegations about subject; should we summarize this someplace in the article? The same principle applies to problematic images. Questionable claims already discussed can be removed with a reference to the previous discussion.

The BLP policy also applies to user and user talk pages. The single exception is that users may make any claim they wish about themselves in their user space, so long as they are not engaged in impersonation, and subject to what Wikipedia is not, though minors are discouraged from disclosing identifying personal information on their userpages; for more information, see here.[lower-alpha 1] Although this policy applies to posts about Wikipedians in project space, some leeway is permitted to allow the handling of administrative issues by the community, but administrators may delete such material if it rises to the level of defamation, or if it constitutes a violation of no personal attacks.

Usernames[সম্পাদনা কৰক]

চমুপথ:
WP:BLPNAMEABUSE

Disruptive and offensive usernames (for example, names containing contentious material about living persons, or that are clearly abusive towards any race, religion or social group) should be immediately blocked and suppressed from logs. Requests for removing attack usernames from logs should be reported to the oversight team for evaluation.

Images[সম্পাদনা কৰক]

নীতিৰ সংক্ষিপ্ত:
WP:MUG
WP:BLPIMAGE

Images of living persons should not be used out of context to present a person in a false or disparaging light. This is particularly important for police booking photographs (mugshots), or situations where the subject did not expect to be photographed. Images of living persons that have been generated by Wikipedians and others may be used only if they have been released under a copyright licence that is compatible with Wikipedia:Image use policy.

Categories, lists, and navigation templates[সম্পাদনা কৰক]

নীতিৰ সংক্ষিপ্ত:
WP:BLPCAT

Category names do not carry disclaimers or modifiers, so the case for each content category must be made clear by the article text and its reliable sources. Categories regarding religious beliefs (or lack of such) or sexual orientation should not be used unless the subject has publicly self-identified with the belief (or lack of such) or orientation in question, and the subject's beliefs or sexual orientation are relevant to their public life or notability, according to reliable published sources.

নীতিৰ সংক্ষিপ্ত:
WP:BLPCRIMINAL
WP:BLPRACIST

Caution should be used with content categories that suggest a person has a poor reputation (see false light). For example, Category:Criminals and its subcategories should be added only for an incident that is relevant to the person's notability; the incident was published by reliable third-party sources; the subject was convicted; and the conviction was not overturned on appeal. In particular, do not categorize biographies of living people under such contentious topics as racism, sexism, extremism, and the like, since these have the effect of labeling a person as a racist, sexist, or extremist. (See also সাঁচ:Slink and সাঁচ:Slink.)

These principles apply equally to lists, navigation templates, and {{Infobox}} statements (referring to living persons within any Wikipedia page) that are based on religious beliefs (or lack of such) or sexual orientation or suggest that any living person has a poor reputation. This policy does not limit the use of administrative categories for WikiProjects, article clean-up, or other normal editor activities.

Deceased persons, corporations, or groups of persons[সম্পাদনা কৰক]

Recently dead or probably dead[সম্পাদনা কৰক]

নীতিৰ সংক্ষিপ্ত:
WP:BDP

Anyone born within the past 115 years (on or after 2 March ১৯০৯ [update]) is covered by this policy unless a reliable source has confirmed their death. Generally, this policy does not apply to material concerning people who are confirmed dead by reliable sources. The only exception would be for people who have recently died, in which case the policy can extend based on editorial consensus for an indeterminate period beyond the date of death—six months, one year, two years at the outside. Such extensions would only apply particularly to contentious or questionable material about the subject that has implications for their living relatives and friends, such as in the case of a possible suicide or a particularly gruesome crime. Even absent confirmation of death, for the purposes of this policy anyone born more than 115 years ago is presumed dead unless reliable sources confirm the person to have been living within the past two years. If the date of birth is unknown, editors should use reasonable judgement to infer—from dates of events noted in the article—if it is plausible that the person was born within the last 115 years and is therefore covered by this policy.

Legal persons and groups[সম্পাদনা কৰক]

নীতিৰ সংক্ষিপ্ত:
WP:BLPGROUP

This policy does not normally apply to material about corporations, companies, or other entities regarded as legal persons, though any such material must be written in accordance with other content policies. The extent to which the BLP policy applies to edits about groups is complex and must be judged on a case-by-case basis. A harmful statement about a small group or organization comes closer to being a BLP problem than a similar statement about a larger group; and when the group is very small, it may be impossible to draw a distinction between the group and the individuals that make up the group. When in doubt, make sure you are using high-quality sources.

Importance of maintenance[সম্পাদনা কৰক]

Wikipedia contains hundreds of thousands of articles about living persons. From both a legal and ethical standpoint it is essential that a determined effort be made to eliminate defamatory and other inappropriate material from these articles, but these concerns must be balanced against other concerns, such as allowing articles to show a bias in the subject's favor by removing appropriate material simply because the subject objects to it, or allowing articles about non-notable publicity-seekers to be retained. When in doubt about whether material in a BLP is appropriate, the article should be pared back to a policy-compliant version. Sometimes the use of administrative tools such as page protection and deletion is necessary for the enforcement of this policy, and in extreme cases action by Wikimedia Foundation staff is required.

Semi-protection, protection, and blocking[সম্পাদনা কৰক]

Administrators who suspect malicious or biased editing, or believe that inappropriate material may be added or restored, may protect or semi-protect pages in accordance with the protection policy. Editors who repeatedly add or restore contentious material about living persons that is unsourced or poorly sourced may be blocked for disruption; see the blocking policy.

Templates[সম্পাদনা কৰক]

{{BLP}} alerting readers to this policy may be added to the talk pages of BLPs and other articles that focus on living persons. {{Blpo}} is suitable for articles containing material on the deceased that also contains material about living persons. If a {{WPBiography}} template is present, you can add |living=yes to the template parameters. If a {{WikiProjectBannerShell}} template is also present, add |blp=yes to it.

For articles, {{BLP dispute}} may be used on BLPs needing attention; {{BLP sources}} on BLPs needing better sourcing (an alternative is {{BLP primary sources}}); and {{BLP unsourced}} for those with no sources at all.

For editors violating this policy, the following can be used to warn them on their talk pages:

The template {{BLP removal}} can be used on a talk page of an article (or a user) to explain why material has been removed under this policy, and under what conditions the material may be replaced.

Deletion[সম্পাদনা কৰক]

নীতিৰ সংক্ষিপ্ত:
WP:BLPDEL
WP:BLPDELETE

Summary deletion, creation prevention, and courtesy blanking[সম্পাদনা কৰক]

Biographical material about a living individual that is not compliant with this policy should be improved and rectified; if this is not possible, then it should be removed. If the entire page is substantially of poor quality, primarily containing contentious material that is unsourced or poorly sourced, then it may be necessary to delete the entire page as an initial step, followed by discussion.

Page deletion is normally a last resort. If a dispute centers around a page's inclusion (e.g., because of questionable notability or where the subject has requested deletion), this is addressed via deletion discussions rather than by summary deletion. Summary deletion is appropriate when the page contains unsourced negative material or is written non-neutrally, and when this cannot readily be rewritten or restored to an earlier version of an acceptable standard. The deleting administrator should be prepared to explain the action to others, by e-mail if the material is sensitive. Those who object to the deletion should bear in mind that the deleting admin may be aware of issues that others are not. Disputes may be taken to deletion review, but protracted public discussion should be avoided for deletions involving sensitive personal material about living persons, particularly if it is negative. Such debates may be courtesy blanked upon conclusion. After the deletion, any administrator may choose to protect it against re-creation.

Restoring deleted content[সম্পাদনা কৰক]

To ensure that material about living people is written neutrally to a high standard, and based on high-quality reliable sources, the burden of proof is on those who wish to retain, restore, or undelete the disputed material. When material about living persons has been deleted on good-faith BLP objections, any editor wishing to add, restore, or undelete it must ensure it complies with Wikipedia's content policies. If it is to be restored without significant change, consensus must be obtained first, and wherever possible disputed deletions should be discussed first with the administrator who deleted the article. Material that has been repaired to address concerns should be judged on a case-by-case basis.

Proposed deletion of biographies of living people[সম্পাদনা কৰক]

As of April 3, 2010, a new proposed deletion process was established, requiring all BLPs created after March 18, 2010 to have at least one source that supports at least one statement made about the person in the article, or it can be proposed for deletion. This is known as a BLPPROD. The tag may not be removed until a reliable source is provided, and if none is forthcoming, the article may be deleted after ten days. This does not affect the other deletion processes mentioned in the BLP policy and elsewhere.

Relationship between the subject, the article, and Wikipedia[সম্পাদনা কৰক]

"For those who either have or might have an article about themselves it is a temptation, especially if plainly wrong, or strongly negative information is included, to become involved in questions regarding their own article. This can open the door to rather immature behavior and loss of dignity. It is a violation of don't bite the newbies to strongly criticize users who fall into this trap rather than seeing this phenomenon as a newbie mistake."
Arbitration Committee, December 18, 2005[6]

Dealing with edits by the subject of the article[সম্পাদনা কৰক]

চমুপথ:
WP:BLPEDIT

Subjects sometimes become involved in editing material about themselves, either directly or through a representative. The Arbitration Committee has ruled in favor of showing leniency to BLP subjects who try to fix what they see as errors or unfair material. Although Wikipedia discourages people from writing about themselves, removal of unsourced or poorly sourced material is acceptable. When an anonymous editor blanks all or part of a BLP, this might be the subject attempting to remove problematic material. Edits like this by subjects should not be treated as vandalism; instead, the subject should be invited to explain their concerns.

Dealing with articles about yourself[সম্পাদনা কৰক]

চমুপথবোৰ:
WP:BIOSELF
WP:BLPSELF
WP:BLPCOMPLAIN
WP:BLPCOMPLAINT

ৱিকিপিডিয়াত সম্পাদনা সম্পৰ্কীয় বহুতো নীতিৰ লগতে সহায় কৰিবলৈ ইচ্ছুক বহুতো ব্যৱহাৰকাৰী, আৰু বিভিন্ন ধৰণৰ খৰতকীয়া প্ৰক্ৰিয়া আছে যি প্ৰায়ে আপোনাৰ উদ্বেগ সমাধান কৰাত সহায় কৰে। অতি স্পষ্ট ত্ৰুটিবোৰ দ্ৰুততাৰে ঠিক কৰিব পাৰি, লগতে আপুনি নিজেও ঠিক কৰি লব পাৰে। কিন্তু তাৰ বাহিৰেও, প্ৰবন্ধৰ আলোচনা পৃষ্ঠাত আপোনাৰ পৰামৰ্শসমূহ লিখিত ৰূপত প্ৰদান কৰিব পাৰে, বা আপোনাৰ বাৰ্তা পৃষ্ঠাত {{adminhelp}} লিখি ৰাখিব পাৰে। যদি আপুনি কোনো কাৰণত অভিযোগ কৰিব বিচাৰে, অনুগ্ৰহ কৰি মনত ৰাখিব যে ৱিকিপিডিয়া প্ৰায় সম্পূৰ্ণৰূপে স্বেচ্ছাসেৱকসকলৰ দ্বাৰা পৰিচালিত হয়, আৰু সম্পূৰ্ণৰূপে বুজিব পৰা হ'লেও, অভদ্ৰ আচৰণ প্ৰায়ে কম কাৰ্যকৰী হয়। ৱিকিমিডিয়া ফাউণ্ডেচনৰ সৈতে কেনেদৰে যোগাযোগ কৰিব লাগে তাৰ বাবে তলত চাওক।

Restraining orders[সম্পাদনা কৰক]

Subjects who have restraining orders may need to make special requests, which should be handled through the OTRS system.

Wikimedia Foundation resolution[সম্পাদনা কৰক]

আমাৰ লগত যোগাযোগ কৰক

On April 9, 2009, the Wikimedia Foundation's Board of Trustees passed a resolution regarding Wikimedia's handling of material about living persons. It noted that there are problems with some BLPs being overly promotional in tone, being vandalized, and containing errors and smears. The Foundation urges that special attention be paid to neutrality and verifiability regarding living persons; that human dignity and personal privacy be taken into account, especially in articles of ephemeral or marginal interest; that new technical mechanisms be investigated for assessing edits that affect living people; and that anyone who has a complaint about how they are described on the project's websites be treated with patience, kindness, and respect.

How to complain to the Wikimedia Foundation[সম্পাদনা কৰক]

If you are not satisfied with the response of editors and admins to a concern about biographical material about living persons, you can ask the Foundation's team of volunteers for help. Please e-mail info-en-q@wikimedia.org with a link to the article and details of the problem; for more information on how to complain, see here. See here for how to contact the Wikimedia Foundation.


  1. People are presumed to be living unless there is reason to believe otherwise. This policy does not apply to people declared dead in absentia.
  2. Jimmy Wales. "WikiEN-l Zero information is preferred to misleading or false information", May 16, 2006, and May 19, 2006; Jimmy Wales. Keynote speech, Wikimania, August 2006.
  3. Wikipedia:Requests for arbitration/Rachel Marsden: "WP:BLP applies to all living persons mentioned in an article"
  4. From Wikipedia:Verifiability#cite_note-3.
  5. It is important for editors to understand two clear differentiations of WP:BIO1E when compared to WP:BLP1E. Firstly, WP:BLP1E should be applied only to biographies of living people. Secondly, WP:BLP1E should be applied only to biographies of low-profile individuals.
  6. Wikipedia:Requests for arbitration/Rangerdude#Mercy: "3) Wikipedia:Please do not bite the newcomers, a guideline, admonishes Wikipedia users to consider the obvious fact that new users of Wikipedia will do things wrong from time to time. For those who either have or might have an article about themselves it is a temptation, especially if plainly wrong, or strongly negative information is included, to become involved in questions regarding their own article. This can open the door to rather immature behavior and loss of dignity. It is a violation of don't bite the newbies to strongly criticize users who fall into this trap rather than seeing this phenomenon as a newbie mistake. Passed 6-0-1"

ৱিকিপিডিয়া:ৱিকিপিডিয়া বিষয়বস্তু নীতি
উদ্ধৃতি ত্ৰুটি: <ref> টেগ্‌সমূহ "lower-alpha" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="lower-alpha"/> টেগ্‌ পোৱা নগ'ল