ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা/এপ্ৰিল-২০১৯/নিৰ্বাচিত চিত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসমব’হাগ বিহুৰ এক বাদ্যযন্ত্ৰ সুতুলি। মাটিৰে তৈয়াৰ কৰা এই সুতুলিৰ অসমীয়া সমাজত এক সুকীয়া আসন আছে।
আলোকচিত্ৰশিল্পী: অভিজিত কলিতা