ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/অক্টোবৰ-২০২৩/নিৰ্বাচিত উদ্ধৃতি
অৱয়ব
“ | মানুহ হৈছে সপোনক দিঠকলৈ পৰিণত কৰা শিল্পী৷ পৃথিৱীখন শিল্পীৰ ঘৰ৷ শিল্পীৰ কাৰখানা আৰু শিল্পীৰ সাংস্কৃতিক সম্পদৰ প্ৰদৰ্শনী৷ ইয়াকে শিল্পীয়ে- আজি নিখিল পৃথিৱীৰ শিল্পীয়ে- মানুহক উপলব্ধি কৰাব লাগিব৷ | ” |
— জ্যোতিপ্ৰসাদ আগৰৱালা |
“ | আই গৈছিল গোঁসাই ঘৰলৈ, মই গৈছিলোঁ লগত, আখৈ কলা খাবলৈ পাই, তাতে হলোঁ ভকত: | ” |
— ফকৰা যোজনা |