ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/আগষ্ট-২০২১/উল্লেখনীয় কাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৯,০১০ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ৩২২ খনলৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত শেহতীয়াকৈ সম্পূৰ্ণ হোৱা গ্ৰন্থৰ তালিকা:
মোৰ জীৱন-সোঁৱৰণ (লেখক: লক্ষ্মীনাথ বেজবৰুৱা, ১৯৯২) 
এমুঠি বনকৰা কিংখাপ কবিতা (লিখক: ৰত্নেশ্বৰ বৰা, ২০১৯)
ফকৰাৰ থুন্‌পাক (উমেশ বৈশ্য,২০১০)
শিশুপাল বধ (লেখক: অজ্ঞাত, ১৯০৭)
শতস্কন্ধ ৰাৱণবধ (লেখক:কমল চন্দ্ৰ ডেকা,১৯০৭ খ্ৰীষ্টাব্দ)
পৰমাৰ্থ দৰ্পণ (লেখক: ছাখাৱত আলী, ১৯১৫)
দীপিকা ছন্দ (লেখক: পুৰুষোত্তম গজপতি, ১৯৫৬)
হাতৰ আখৰৰ কথা (লেখক: ত্ৰিদশ পাঠক, ১৯৯৩)
গীৰ্জাসংগীত আৰু ৰাতিৰ প্ৰহৰী (লেখক: অ' হেনৰি, অনুবাদ-প্ৰদীপ চৌধুৰী ২০০২)
দেউৰী পাৰা ভাৰি গান (লেখক: দিলীপ কুমাৰ ৰাভা, ২০১৭)
দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা (লেখক: দিলীপ কুমাৰ ৰাভা, ২০১৮)