ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/আগষ্ট-২০২২/জুলাই মাহৰ বিশেষ অভিলেখ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জুলাই মাহত অসমীয়া ৱিকিমিডিয়া পৰিয়ালৰ সক্ৰিয় সদস্য ঈশান জ্যোতি বৰাই অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধ সৃষ্টিৰ ক্ষেত্ৰত পঞ্চশতক সম্পূৰ্ণ কৰে।