ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/আগষ্ট-২০২২/নিৰ্বাচিত উদ্ধৃতি
অৱয়ব
“ | মই যদি এনেয়ে সাধাৰণ নাৰী হিচাপে যেনেকৈ থাকিব লাগে তেনেকৈয়ে থাকিলোঁহেঁতেন, তেতিয়াহ’লে মোৰ ভিতৰৰ শক্তিৰ উন্মেষ বন্ধ হৈ গ’লহেঁতেন৷ আৰু সেইটো হ’বলৈ হ’লে, she has to be courageous. আৰু কাৰো কথা ভাবিব নোৱাৰা৷ Think about yourself. তোমাৰ নিজৰ পথটো কাটি ল’বা৷ সেই পথটো সৎ হ’লে কোনেও একো কৰিব নোৱাৰে৷ –মামণি ৰয়ছম গোস্বামী |
” |