ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/আগষ্ট-২০২৩/উল্লেখনীয় কাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ১১,৯১৯ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ৫১৪ খনলৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউদ্ধৃতিত লেখাৰ সংখ্যা ৪৭৪ টালৈ বৃদ্ধি পালে।
  • জুলাই মাহৰ ৯ তাৰিখে তেজপুৰৰ গ্ৰীন হাবৰ সভ্যসকলক অসমীয়া ৱিকিপিডিয়ান নয়ন জ্যোতি নাথে দ্বিতীয়লানি প্ৰশিক্ষণ প্ৰদান কৰে।