ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/আগষ্ট-২০২৩/জুলাই মাহৰ বিশেষ অভিলেখ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
  • সদস্য গীতাৰ্থ বৰদলৈয়ে অসমীয়া ৱিকিউৎসত অৰ্ধশতাধিক অসমীয়া গ্ৰন্থ আপল'ড কৰি অভিলেখ গঢ়ে।
  • সদস্যা প্ৰাণজ্যোতি নাথে ৪৫ দিনত তিনিখন কিতাপৰ মুদ্ৰণ সংশোধন সম্পূৰ্ণ কৰি তেওঁৰ প্ৰথমটো ৱিকি প্ৰত্যাহ্বান সম্পূৰ্ণ কৰে।
  • যোৱামাহত সৰ্বাধিক দৰ্শন হোৱা প্ৰবন্ধৰ তালিকা