ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/এপ্ৰিল-২০২৪/নিৰ্বাচিত উদ্ধৃতি
অৱয়ব

| “ | জীৱনটোও এক প্ৰকাৰৰ পৰ্বত আৰোহণ। অসীম দুখ-কষ্ট আৰু দুৰ্লংঘ্য বাধা আছে কাৰণেই সি ৰোমাঞ্চকৰ। | ” |
| — হোমেন বৰগোহাঞি | ||
| “ | অগ্নি ব্যাধি ঋণ এই তিনিৰ নেৰাখিবা চিন: | ” |
| — ফকৰা যোজনা | ||
(জুই, ৰোগ আৰু ঋণ অৰ্থাৎ ধাৰ, এই তিনিপ্ৰকাৰ সমূলঞ্চে শেষ কৰিব লাগে কাৰণ, জুই বা ৰোগ বা ধাৰৰ অলপমান থাকিলেও সিয়েই পুনৰ উক দি দুৰ্যোগ ঘটাব পাৰে।