ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ছেপ্টেম্বৰ-২০২৩/উল্লেখনীয় কাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ১২,০৪৩ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ৫১৫ খনলৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউদ্ধৃতিত লেখাৰ সংখ্যা ৫১৩ টালৈ বৃদ্ধি পালে।
  • ভাৰতৰ ৭৭তম স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি আগষ্ট মাহত স্বাধীনতা সংগ্ৰামীৰ জীৱন-ভিত্তিক পষেকীয়া এডিটাথন অনুষ্ঠিত কৰা হয়। ইয়াত অসমৰ স্বাধীনতা সংগ্ৰামীসকলৰ বিষয়ে প্ৰবন্ধ সৃষ্টি আৰু পোখালি প্ৰবন্ধ বিস্তাৰৰ লক্ষ্য হাতত লোৱা হয়।