ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০২২/উল্লেখনীয় কাম
অৱয়ব
- অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৯,৮৫৩ টালৈ বৃদ্ধি পালে।
- অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ৩৪৮ খনলৈ বৃদ্ধি পালে।
- অসমীয়া ৱিকিউৎসত ২০২১ বৰ্ষত সম্পূৰ্ণ হোৱা কেইখনমান উল্লেখনীয় গ্ৰন্থ: তই যুক্তি যুদ্ধ কৰ (উমেশ বৈশ্য, ১৯৮০ চন), অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল (ঈশানন্দ ভড়ালী, ১৮৮৫), মোৰ জীৱন-সোঁৱৰণ (লক্ষ্মীনাথ বেজবৰুৱা, ১৯৯২), অসমিয়া লৰাৰ মিত্ৰ (আনন্দৰাম ঢেকিয়াল ফুকন, ১৮৪৯)