ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুন-২০১৯/উল্লেখনীয় কাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৫৫১৮ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত গ্ৰন্থৰ সংখ্যা ১৪৫ খনলৈ বৃদ্ধি পালে।
  • ৱিকিউৎসত মে' ২০১৯ মাহটোক পদ্মনাথ গোহাঞিবৰুৱা মাহ হিচাপে পালন কৰা হয়৷ এইমাহৰ উল্লেখযোগ্য সহযোগিতামূলক কাম হৈছে-

পদ্মনাথ গোহাঞিবৰুৱাৰ

অন্য গ্ৰন্থ:

  • ১১ আৰু ১২ মে’ ২০১৯ তাৰিখে গুৱাহাটীত প্ৰথম অসমীয়া ৱিকিউৎস কৰ্মশালা অনুষ্ঠিত হয়। সবিশেষ জানিবলৈ এই পৃষ্ঠা চাওক।
কৰ্মশালাৰ অন্তত সমূহীয়া ছবি
কৰ্মশালাৰ অন্তত সমূহীয়া ছবি