ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুন-২০১৯/নিৰ্বাচিত চিত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসমৰ বনাঞ্চলত দেখা পোৱা এবিধ আপুৰুগীয়া প্ৰাণী সোণালী বান্দৰ। এই বান্দৰক বিশ্বৰ অধিকাংশ জীৱৰ বৰ্তমান অৱস্থা আৰু আনুষাঙ্গিক তথ্য সম্বলিত আই ইউ চি এন ৰঙা তালিকাত বিলুপ্তপ্ৰায় প্ৰজাতি ৰূপে চিহ্নিত কৰা হৈছে৷
আলোকচিত্ৰশিল্পী: Yathin S Krishnappa