ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুন-২০২০/মুখবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বৰে চিত্ৰ সলনি কৰি দিয়া মহামাৰীৰ সৈতে অক্লান্ত পৰিশ্ৰম কৰি যুঁজ দি থকা চিকিৎসাকৰ্মীসকললৈ অসমীয়া ৱিকিপিডিয়া সমাজৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো‍ঁ। অন্যান্য জৰুৰীকালীন সেৱা আগবঢ়াই থকাসকলৰ ওচৰতো আমি কৃতজ্ঞ।

অসমীয়া ৱিকিপিডিয়াৰ অষ্টাদশ বৰ্ষপুৰ্তি উপলক্ষে বিশেষ ভাৱে সজ্জিত জুন মাহৰ ৱিকিপত্ৰিকা।