ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুন-২০২১/উল্লেখনীয় কাম
- অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৮,৬৮৩ টালৈ বৃদ্ধি পালে।
- অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ৩১৫ খনলৈ বৃদ্ধি পালে।
- অসমীয়া ৱিকিউৎসত শেহতীয়াকৈ সম্পূৰ্ণ হোৱা গ্ৰন্থৰ তালিকা:
তই যুক্তি যুদ্ধ কৰ (উমেশ বৈশ্য,১৯৮০ চন)
অনুচ্চ আৰ্তি (কেশৱ বৰা,২০০৩ চন)
ঈশ্বৰলৈ অভিযোগ (জীৱন মাধুৰী নেওগ বৰা,১৯৮৭ চন)
শান্তি-কৱচ (ডিম্বেশ্বৰ নেওগ,২০০৬ চন)
বিচ্ছুৰিত বৰ্ণালী (ৰঞ্জিত চাৰিংগীয়া,২০১৭ চন)
এলকহ’লিক ঈশ্বৰ (বিতোপন দাস,২০১২ চন)
মিলন (উমেশ বৈশ্য, ১৯৮১ চন)