ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০২০/এপ্ৰিল মাহৰ বিশেষ অভিলেখ

অসমীয়া ৱিকিপিডিয়াৰ পৰা


১ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈকে অনুষ্ঠিত দ্বিতীয়খন সৰ্বভাৰতীয় পৰ্যায়ৰ ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ (নৱেম্বৰ) সম্পাদনা মেলাত ২৯ জন সদস্যই ৫০ খন কিতাপৰ কাম কৰে।