ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/নৱেম্বৰ-২০২২/নিৰ্বাচিত উদ্ধৃতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

(নেঘেৰী খোপা দেখিবলৈ বৰ শুৱনী৷ নেঘেৰী খোপা বন্ধা নাৰীৰ সৌন্দৰ্য অতি কমনীয় হৈ পৰে৷ যাৰ নিজৰ নেঘেৰী খোপা বান্ধিব পৰা চুলি নাথাকে, তেওঁ আনৰ চিগা চুলিৰে হ’লেও খোপা বান্ধি সুন্দৰী হোৱাৰ চেষ্টা কৰে৷ গতিকে, লোকৰ বস্তু সংগ্ৰহ কৰি ব্যৱহাৰ নিজৰ যশ প্ৰকাশ কৰা৷)