সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ফেব্ৰুৱাৰী-২০২১/উল্লেখনীয় কাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৭,৭৫৯ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ৩০৭ খনলৈ বৃদ্ধি পালে।
  • ৫ জানুৱাৰীৰ পৰা ২০ জানুৱাৰীলৈকে এখন অনলাইন আলোকচিত্ৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত প্ৰায় অৰ্ধশতক সদস্যই অংশগ্ৰহণ কৰি এহেজাৰৰো অধিক আলোকচিত্ৰ ৱিকিকমন্সলৈ আগবঢ়ায়।