ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মাৰ্চ-২০২০/নিৰ্বাচিত চিত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসমবৰপেটা সত্ৰদৌল উৎসৱৰ অন্তিম দিনা গোহে গুৰুৱা পৰ্ব পালন কৰাৰ দৃশ্য৷ বৰপেটাত দৌলোত্‍সৱ তিনিৰ পৰা পাঁচদিনলৈকে পালন কৰা হয়। ইয়াৰ প্ৰথম দিনটোক ‘গোন্ধযাত্ৰা’ দ্বিতীয় দিনটোক ‘ভৰ দেউল’ আৰু তাৰ পাছৰ দিনা ‘সুঁৱেৰী’ বোলা হয়।
আলোকচিত্ৰশিল্পী: Mayurimdas