ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মে’-২০২৪/উল্লেখনীয় কাম
অৱয়ব
- অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ১৩,৩৬৫ টালৈ বৃদ্ধি পালে।
- অসমীয়া ৱিকিউৎসত উপলভ্য গ্ৰন্থৰ সংখ্যা ৫৯৫ খনলৈ বৃদ্ধি পালে।
- অসমীয়া ৱিকিউদ্ধৃতিত লেখাৰ সংখ্যা ৬৭৫ টালৈ বৃদ্ধি পালে।
- ৪ আৰু ৫ এপ্ৰিল, ২০২৪ ত তিনিচুকীয়াৰ ৱিমেন্ছ কলেজৰ অসমীয়া বিভাগৰ উদ্যোগত দুদিনীয়াকৈ ৱিকিমিডিয়া কৰ্মশালা অনুষ্ঠিত হয়।
- ৯ এপ্ৰিল, ২০২৪ ত অসমীয়া ৱিকিমিডিয়াত মহিলা অৱদানকাৰীৰ সংখ্যা বৃদ্ধিৰ লক্ষ্যৰে লখিমপুৰ বালিকা মহাবিদ্যালয়ত এখন অসমীয়া ৱিকিমিডিয়াৰ কৰ্মশালা অনুষ্ঠিত হয়।
- ৩০ এপ্ৰিল, ২০২৪ ত নগাঁও মহাবিদ্যালয়ত She Leads Campaign ৰ অধীনত এখনি এদিনীয়া ৱিকি-সজাগতা সভা আৰু প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰা হয়৷