ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মে’-২০২৪/নিৰ্বাচিত উদ্ধৃতি
অৱয়ব
“ | কেৱল প্ৰেমাস্পদৰ প্ৰেমেই জানো প্ৰেম? প্ৰেমৰ কিমান যে সূতা! কেতিয়াবা মাটিয়ে বান্ধে— কেতিয়াবা তেজ-পানী অথবা স্বগোষ্ঠীয়ে। আৰু প্ৰেমৰ অদৃশ্য সূতা হৈ মানুহক বান্ধে পিতৃৰ বীজে— মাতৃৰ স্তনে। (তৃতীয়ত্বৰ গল্প) | ” |
— মৌচুমী কন্দলী |
“ | সুঁথি গুলঞ্চি ভেকুৰি মূল।
তিনিকো বাটি কৰি সমতুল।
|
” |
— ডাকৰ বচন |