সমললৈ যাওক

ৱিকিপিডিয়া:প্ৰবন্ধৰ অনুৰোধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ৱিকিপিডিয়া:Requested articlesৰ পৰা পুনঃনিৰ্দেশিত)
প্ৰবন্ধৰ বাবে কেনেকৈ অনুৰোধ জনাব

প্ৰথমতে পৰীক্ষা কৰি লওক যে আপুনি বিচৰা প্ৰবন্ধটো ৱিকিপিডিয়াত নাই:

তাৰ পাছত নিশ্চিত হওক যে প্ৰবন্ধটো ৱিকিপিডিয়াত অন্তৰ্ভুক্তিৰ যোগ্য। সাধাৰণতে স্বাধীন, বিশ্বাসযোগ্য উৎসত বৰ্ণনা থকা বিষয়ৰ প্ৰবন্ধ ৱিকিপিডিয়াত লিখা হয়। "বিশ্বাসযোগ্য উৎস" আৰু অন্তৰ্ভুক্তিৰ মাপকাঠি সম্পৰ্কে কেতবোৰ স্পষ্ট নিৰ্দেশনা আছে।

যদি এইখিনিলৈ ঠিক আছে তেন্তে তলৰ নিৰ্দিষ্ট বিষয়ৰ ক্ষেত্ৰলৈ যাওক আৰু শিৰোনামৰ ওচৰৰ "সম্পাদনা" টেব্‌টোত ক্লিক কৰি আপোনাৰ অনুৰোধটো লিখক। সম্ভৱ হ'লে আনে বুজাত সহায় হোৱাকৈ লিংকসহ প্ৰস্তাৱিত বিষয়টোৰ এটা চমু বিৱৰণ দিয়ক।

ম‌ই নিজে এটা প্ৰবন্ধ লিখিবলৈ বিচাৰিছোঁ।

যদি আপুনি এটা প্ৰবন্ধ লিখিছে, তেন্তে আপুনি ইয়াক সৃষ্টিৰ বাবে জমা কৰিব পাৰে। মন কৰক যে ওপৰত বৰ্ণোৱাৰ দৰে প্ৰবন্ধৰ বিষয় সম্পৰ্কে কিছুমান নিৰ্দেশনা আছে।

সম্পাদকসকলৰ বাবে

অনুগ্ৰহ কৰি এই অনুৰোধবোৰ ৰক্ষা কৰি সহায় কৰক!

  • ভুল ঠাইত থকা অনুৰোধ সঠিক ঠাইলৈ নি এই তালিকাখন সজাই ৰাখক।
  • বহু ক্ষেত্ৰত অনুৰোধ কৰা নামটোৰ বাবে আন প্ৰবন্ধলৈ পুনঃনিৰ্দেশ দিলেই কাম সিজে।
  • অনুৰোধ ৰক্ষা কৰা বিষয়ৰ নাম ইয়াৰ পৰা আঁতৰাই পেলাব লাগে। নতুন প্ৰবন্ধৰ শ্ৰেণীকৰণ নকৰাকৈ নাথাকিব আৰু চুটি লেখা হ'লে পোখালি টেগ্‌ লগাব।

প্ৰবন্ধৰ অনুৰোধ কৰিবলৈ ইয়াত ক্লিক কৰক

চমুপথবোৰ:
WP:RA
WP:REQ
WP:REQUEST
সূচী: উপৰলৈ - ০-৯


ক্ষ

য়