সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ৱিকিপিডিয়া:WikiProjectsৰ পৰা পুনঃনিৰ্দেশিত)

প্ৰকল্পসমূহৰ তালিকা

[সম্পাদনা কৰক]

তলৰ তালিকাখনত সকলো ৱিকিপ্ৰকল্প অন্তৰ্ভুক্ত কৰা আছে। আপুনি নতুন প্ৰকল্প খুলিবলৈ বিচাৰিলে তলৰ তালিকাখন চাই ল'ব, প্ৰকল্পটো বা কোনো সহযোগী প্ৰকল্প আগৰেপৰাই থাকিবও পাৰে।

অসমীয়া ৱিকিপিডিয়াৰ ৱিকিপ্ৰকল্পৰ তালিকা
প্ৰকল্পৰ নামবিষয়বৰ্ণনা
ৱিকিপ্ৰকল্প পদাৰ্থবিজ্ঞানপদাৰ্থবিজ্ঞানৱিকি পদাৰ্থবিজ্ঞান প্ৰকল্পৰ মূল লক্ষ্য হৈছে অসমীয়া ৱিকিপিডিয়াত পদাৰ্থ বিজ্ঞানৰ লগত জড়িত বিষয়সমূহৰ ওপৰত নতুন আৰু গুণগত মানসম্পন্ন প্ৰবন্ধৰ সৃষ্টি কৰা।
ৱিকিপ্ৰকল্প চিকিৎসাবিজ্ঞানচিকিৎসাবিজ্ঞানৱিকি চিকিৎসাবিজ্ঞান প্ৰকল্পৰ প্ৰধান উদ্দেশ্য হৈছে চিকিৎসা বিজ্ঞান বা স্বাস্থ্য ৰক্ষাৰ লগত জড়িত প্ৰয়োজনীয় বিষয়সমূহৰ অসমীয়া ভাষাত উচ্চ মানবিশিষ্ট প্ৰবন্ধৰ সৃষ্টি কৰা।
ৱিকিপ্ৰকল্প তথ্য প্ৰযুক্তিবিদ্যাতথ্য আৰু প্ৰযুক্তিবিদ্যাৱিকি তথ্য আৰু প্ৰযুক্তিবিদ্যা প্ৰকল্পৰ প্ৰধান উদ্দেশ্য হৈছে অসমীয়া ৱিকিপিডিয়াত তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ (Information Technology or IT) লগত জড়িতসমূহ বিষয়ক সামৰি কিছুমান উচ্ছমানবিশিষ্ট প্ৰৱন্ধৰ সৃষ্টি কৰা।
ৱিকিপ্ৰকল্প ৱিকিপিডিয়াত থাকিব লগা প্ৰবন্ধসমূহৰ সাম্ভাব্য তালিকাসাধাৰণএই পৃষ্ঠাত ৱিকিপিডিয়াত থাকিবলগীয়া কিছুমান দৰকাৰী প্ৰবন্ধৰ তালিকা এখন আছে। নৱাগতসকলে ইয়াৰ পৰা কাম আৰম্ভ কৰিবলৈ সুবিধা পাব।
নিকাকৰণ বা পৰিষ্কৰণবুনিয়াদৱিকিপিডিয়াৰ পৰিষ্কাৰৰ বাবে বিভিন্ন কামকাজ ইয়াত সামৰি লোৱা হৈছে।
বঁটা প্ৰদানসাধাৰণৱিকিপিডিয়ান সকলৰ মনোবল তথা প্ৰেৰণা যোগোৱাৰ বাবে এই প্ৰকল্প সৃষ্টি কৰা হৈছে।
আলোকচিত্ৰ আৰু প্ৰবন্ধ প্ৰতিযোগিতাঅসমএই প্ৰকল্পৰ প্ৰধান উদ্দেশ্য হৈছে অসমীয়া ৱিকিপিডিয়াৰ বাবে উন্নত মানৰ অসম বিষয়ক আলোকচিত্ৰ সংগ্ৰহৰ লগতে উন্নতমানৰ প্ৰবন্ধ প্ৰতিযোগিতাৰ যোগেদি আহৰণ কৰা আৰু ইয়াৰ মাজৰ পৰা উন্নত মানৰ ছবি আৰু প্ৰবন্ধ সমূহক পুৰস্কৃত কৰা।
ৱিকিপ্ৰকল্প অসমৰ জিলাঅসমঅসমীয়া ৱিকিপিডিয়াত অসমৰ জিলা আৰু ইয়াৰ অন্তৰ্গত, চহৰ , নগৰ, গাঁও পঞ্চায়ত, আৰু ইয়াৰ সম্পৰ্কীয় তথ্য সংযোগ কৰি অসমীয়া ৱিকিপিডিয়াত অসম সম্পৰ্কীয় প্ৰবন্ধৰ মান উন্নীতকৰণ।
ৱিকিপ্ৰকল্প শিক্ষাসাধাৰণঅসমীয়া ৱিকিপিডিয়াত শিক্ষা সম্পৰ্কীয় প্ৰবন্ধৰ সংযোজন আৰু মান উন্নীতকৰণ।
অনুবাদ প্ৰকল্পসাধাৰণঅসমীয়া ৱিকিপিডিয়াত অন্যান্য ভাষাৰ পৰা অনুবাদৰ কাৰ্যৰ দ্বাৰা প্ৰবন্ধৰ সংযোজন আৰু পোখালি প্ৰবন্ধৰ মান উন্নীতকৰণ।