ৱিকিপিডিয়া বাৰ্তা:নিৰ্বাচিত প্ৰবন্ধসমূহ
অৱয়ব
অসমীয়া ৱিকিপিডিয়াৰ নিৰ্বাচিত প্ৰবন্ধকেইটা চাবলৈ গ'লে ভাল প্ৰবন্ধহে। সেইকেইটাই ইংৰাজী বা বাংলা ৱিকিৰ নিৰ্বাচিত প্ৰবন্ধৰ পৰ্যায় পোৱাগৈ নাই। সেয়ে মই বেটুপাতখন ডিজাইন কৰোঁতে "ভাল প্ৰবন্ধ" বুলিহে বাকছটো থৈছিলোঁ। এতিয়া কেইটামান আকৌ "নিৰ্বাচিত প্ৰবন্ধ" বুলি বেলেগকৈ থোৱা হ'ল। — গীতাৰ্থ বৰদলৈ (talk) 18:46, 16 জানুৱাৰী 2013 (UTC)
ৱিকিপিডিয়া:নিৰ্বাচিত প্ৰবন্ধসমূহৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন ৱিকিপিডিয়া:নিৰ্বাচিত প্ৰবন্ধসমূহক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।