সমললৈ যাওক

ৱিকিপিডিয়া বাৰ্তা:নিৰ্বাচিত প্ৰবন্ধসমূহ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া ৱিকিপিডিয়াৰ নিৰ্বাচিত প্ৰবন্ধকেইটা চাবলৈ গ'লে ভাল প্ৰবন্ধহে। সেইকেইটাই ইংৰাজী বা বাংলা ৱিকিৰ নিৰ্বাচিত প্ৰবন্ধৰ পৰ্যায় পোৱাগৈ নাই। সেয়ে ম‍ই বেটুপাতখন ডিজাইন কৰোঁতে "ভাল প্ৰবন্ধ" বুলিহে বাকছটো থৈছিলোঁ। এতিয়া কেইটামান আকৌ "নিৰ্বাচিত প্ৰবন্ধ" বুলি বেলেগকৈ থোৱা হ'ল। — গীতাৰ্থ বৰদলৈ (talk) 18:46, 16 জানুৱাৰী 2013 (UTC)

ৱিকিপিডিয়া:নিৰ্বাচিত প্ৰবন্ধসমূহৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক

আলোচনা আৰম্ভ কৰক