সমললৈ যাওক

ৱিকিপিডিয়া বাৰ্তা:প্ৰশাসকবৃন্দ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৰামৰায় বৈষ্ণৱ গুৰু নাছিল ৷ তেখেতৰ তথ্য বেলেগ ৷ তেখেত শঙ্কৰদেৱৰ সম্পৰ্কীয় ভাত্ৰি আৰু তেখেতৰ জীয়ৰীৰ চিলাৰায় বিয়া কৰাইছিল শঙ্কৰদেৱৰ মধ্যস্থতাত ৰামৰায় কুঠী তাৰেই নিদৰ্শন

[সম্পাদনা কৰক]

ৰামৰায় গুৰু নাছিল ৷ তেখেতক মাধৱদেৱে দিক্ষা দিছিল। চিলাৰায়ে তেখেতৰ জীয়ৰীক বিয়া কৰাইছিল এই বিষয়ে ৰামৰায় বংশাৱলী আছে ৷ অনুমতি পালে দিব পাৰোঁ। 2405:201:A800:A100:B8E8:E89F:26EE:FD40 15:37, 24 April 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

অনুগ্ৰহ কৰি আপুনি ৱিকিপিডিয়াত এটা একাউণ্ট খুলি যিটো পৃষ্ঠাত ভুল দেখিছে তাতেই শুদ্ধকৈ লিখি দিব পাৰে। এইদৰে ভুল তথ্যবোৰ শুধৰাই গ’লেহে ৱিকিৰ তথ্যসমূহ শুদ্ধ হ’ব। দিব্য দত্ত (বাৰ্তা) 15:43, 24 April 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক