ৱিকিপিডিয়া বাৰ্তা:সৰল সহায়িকা
অৱয়ব
এই ৰচনাখন ইয়াত নাথাকিলেও হয়! মই ৱিকিপিডিয়াধৰ্মী কৰি লিখা নাছিলোঁ। মানুহে এইখনৰ আড্ডাৰ ধৰণ চাই ভুলকৈ শিকিব পাৰে! — গীতাৰ্থ বৰদলৈ (talk) 19:47, 16 অক্টোবৰ 2012 (UTC)
- আনি থৈছো... লাহে লাহে বনাম ভালদৰে| বিষ্ণু শইকীয়া বাৰ্তা 19:54, 16 অক্টোবৰ 2012 (UTC)
ৱিকিপিডিয়া:সৰল সহায়িকাৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন ৱিকিপিডিয়া:সৰল সহায়িকাক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।