ৱিকিপিডিয়া বাৰ্তা:ৱিকিপ্ৰকল্প অসম

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা


Reflinks সজুঁলিটোৱে অসমীয়া ৱিকিত কাম নকৰে। বাকীকেইটাইও কিমান কৰিব সন্দেহ আছে। চাই-চিতি আঁতৰাই দিব পাৰি নেকি। -- গীতাৰ্থ বৰদলৈ (talk) 07:34, 18 মাৰ্চ 2012 (UTC)

নিশ্চয়, কাম নকৰা সংযোগ ৰাখি কি লাভ ? আতৰাই দিয়া তেন্তে| বিষ্ণু শ‍ইকীয়া বাৰ্তা 07:42, 18 মাৰ্চ 2012 (UTC)